India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।২৪ আগষ্টত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
August 22nd, 01:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ আগষ্ট, ২০২২ত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব। সেইদিনা প্ৰধানমন্ত্ৰীয়ে দুখন চিকিত্সা প্ৰতিষ্ঠানৰ দ্বাৰ উন্মোচন কৰাৰ লগতে প্ৰতিষ্ঠান দুখন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। সেই দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে হাৰিয়াণাৰ ফৰিদাবাদত ‘অমৃতা হাস্পটাল’ৰ শুভ উদ্বোধন ঘোষণা কৰিব। তাৰ পিচতে তেওঁ চণ্ডীগড়ৰ ‘চাহিবজাদা অজিত্ সিং নগৰ’(মোহালী)লৈ যাব আৰু দুপৰীয়া প্ৰায় ২.১৫ বজাত মুল্লানপুৰত স্থাপন কৰা ‘হোমি ভাবা কেন্সাৰ হাস্পটাল তথা গৱেষণা প্ৰতিষ্ঠান’খন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।