দিল্লীৰ লালকিল্লাত ৭৮সংখ্যক স্বাধীনতা দিৱসৰ আভাস
August 15th, 10:39 am
৭৮সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত ভাৰতৰ ভৱিষ্যতৰ এক দৃষ্টিভংগীৰ আলোকপাত কৰে। ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ পৰা আৰম্ভ কৰি ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ চেম্পিয়নিঙলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামূহিক অগ্ৰগতি আৰু প্ৰতিজন নাগৰিকৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখন নতুন শক্তিৰে অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। উদ্ভাৱন, শিক্ষা আৰু বিশ্ব নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হোৱাৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰে।Teaching of our Tirthankaras have gained a new relevance in the time of many wars in the world: PM Modi at Bharat Mandapam
April 21st, 11:00 am
PM Modi inaugurated the 2550th Bhagwan Mahavir Nirvan Mahotsav on the auspicious occasion of Mahavir Jayanti at Bharat Mandapam. He underlined that the idea of Amrit Kaal is not merely a resolution but a spiritual inspiration that allows us to live through immortality and eternity.PM inaugurates 2550th Bhagwan Mahavir Nirvan Mahotsav on occasion of Mahavir Jayanti
April 21st, 10:18 am
PM Modi inaugurated the 2550th Bhagwan Mahavir Nirvan Mahotsav on the auspicious occasion of Mahavir Jayanti at Bharat Mandapam. He underlined that the idea of Amrit Kaal is not merely a resolution but a spiritual inspiration that allows us to live through immortality and eternity.অযোধ্যাত শ্ৰী ৰাম লালাৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 22nd, 05:12 pm
শ্ৰদ্ধেয় ৰাইজ, শ্ৰদ্ধাৰ প্ৰতিগৰাকী সাধু তথা ঋষিগণ, ইয়াত উপস্থিত আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা আমাৰ সকলোৰে সৈতে সংযোজিত হৈ থকা প্ৰতিগৰাকী ৰামভক্ত, আপোনালোক সকলোকে প্ৰমাম, সকলোকে ৰাম ৰাম।প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা সমাৰোহত অংশগ্ৰহণ কৰে
January 22nd, 01:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক) সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী মোদীয়ে শ্ৰী ৰাম জনমভূমি মন্দিৰ নিৰ্মাণত অৰিহণা যোগোৱা শ্ৰমজীৱীসকলৰ সৈতে মত-বিনিময় কৰে।৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 15th, 02:14 pm
১৷ মোৰ মৰমৰ পৰিয়ালৰ ১৪০ কোটি সদস্য, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহু লোকে কয় যে জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা লগতে বিশ্বাসৰ দিশতো আমি এক নম্বৰ। ইমান বিশাল দেশ, ১৪০ কোটি দেশবাসী, মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ লোকসকলে আজি স্বাধীনতা উৎসৱ উদযাপন কৰিছে। ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা দেশ আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।Glimpses from 77th Independence Day at Red Fort in Delhi
August 15th, 11:24 am
Prime Minister Narendra Modi addressed the nation on 77th Independence Day from iconic Red Fort in Delhi.India Celebrates 77th Independence Day
August 15th, 09:46 am
On the occasion of India's 77th year of Independence, PM Modi addressed the nation from the Red Fort. He highlighted India's rich historical and cultural significance and projected India's endeavour to march towards the AmritKaal. He also spoke on India's rise in world affairs and how India's economic resurgence has served as a pole of overall global stability and resilient supply chains. PM Modi elaborated on the robust reforms and initiatives that have been undertaken over the past 9 years to promote India's stature in the world.৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহুতে মত প্ৰকাশ যে জনসংখ্যাৰ ক্ষেত্ৰতো আমি বিশ্বৰ ভিতৰত এক নম্বৰ। ইমান বিশাল দেশ, দেশৰ ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্যসকলে আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা কোটি কোটি লোকলৈ দেশৰ আৰু বিশ্বৰ কোটি কোটি লোকলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।‘ৰক্তদান অমৃত মহোৎসৱ’ত ৰক্তদান কৰোতাসকলৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
June 14th, 10:59 pm
‘বিশ্ব ৰক্তদাতা দিৱস’ত ৰক্তদানকাৰী আৰু ৰক্তদান অভিযানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।দিল্লীৰ গ্ল’বেল বৌদ্ধ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ
April 20th, 10:45 am
কেন্দ্ৰীয় কেবিনেট সদস্য শ্ৰী কিৰেন ৰিজিজু জী, জি কিষাণ ৰেড্ডী জী, অৰ্জুন ৰাম মেঘৱাল জী, আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ মহাসচিব মীনাক্ষী লেখী জী, এই কাৰ্যসূচীত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ভিক্ষু, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু দেশ-বিদেশৰ পৰা অহা সুধীবৃন্দ।নতুন দিল্লীত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰী ফটো প্ৰদৰ্শনী প্ৰত্যক্ষ কৰাৰ লগতে বুদ্ধৰ মূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে৷ তেওঁ লগতে ১৯গৰাকী বিশিষ্ট সন্ন্যাসীক সন্ন্যাসীৰ বস্ত্ৰ(চিভাৰ দানা) প্ৰদান কৰে৷যুৱক-যুৱতীসকলক সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
April 11th, 02:41 pm
শ্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ অধীনত ৭৫ শতাংশ কভাৰেজৰ লক্ষ্য অতিক্ৰম কৰা বাবে অৰুণাচল প্ৰদেশৰ প্ৰশংসা কৰে
April 02nd, 10:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ জৰিয়তে ৭৫ শতাংশ কভাৰেজৰ লক্ষ্য অতিক্ৰম কৰা আৰু ১.৭৩ লাখ গ্ৰামীণ পৰিয়ালক খোৱা পানী উপলব্ধ কৰোৱাৰ প্ৰাপ্তি আহৰণ কৰা বাবে মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক অভিনন্দন জনাইছে।'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱে আমাৰ জাতিটোক শক্তিশালী কৰে: 'মন কি বাত'ত প্ৰধানমন্ত্ৰী মোদী
March 26th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতত, আমি হাজাৰ হাজাৰ লোকৰ কথা উল্লেখ কৰিছো যিসকলে আনৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে। বহুতো লোক আছে যিয়ে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিছে... কিছুমানে তেওঁলোকৰ গোটেই জীৱনৰ উপাৰ্জন পৰিৱেশ আৰু জীৱৰ বাবে উৎসৰ্গা কৰিছে। আমাৰ দেশত, নিস্বাৰ্থ দান, পৰমাৰ্থক ইমান উচ্চ স্থান দিয়া হৈছে যে মানুহে আনৰ সুখৰ বাবে তেওঁলোকৰ সকলো দান কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়েহে সৰুৰে পৰা আমাক শিৱি আৰু দাধিচীৰ কাহিনী বৰ্ণনা কৰা হয়, যিয়ে তেওঁলোকৰ নশ্বৰ দেহ দান কৰিছিল।ৰাষ্ট্ৰীয় ডাক-টিকট সংগ্ৰহ প্ৰদৰ্শনী ‘অমৃতপেক্স-২০২৩’ ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণক শলাগ প্ৰধানমন্ত্ৰীৰ
February 15th, 10:19 am
আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় ডাক-টিকট সংগ্ৰহ প্ৰদৰ্শনী ‘অমৃতপেক্স-২০২৩’ ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক ফিলাটেলি আৰু পত্ৰলেখাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ এয়া উত্তম উপায়।কেন্দ্ৰীয় বাজেট ২০২৩ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অনুবাদ
February 01st, 02:01 pm
অমৃতকালৰ এই প্ৰথম বাজেটে উন্নত ভাৰতৰ বিশাল সংকল্প পূৰণ কৰিবলৈ এক শক্তিশালী ভেটি গঢ়ি তুলিব। এই বাজেটে দুখীয়াসকলক অগ্ৰাধিকাৰ প্ৰদান কৰে। এই বাজেটে আজিৰ উচ্চাকাংক্ষী সমাজ- গাওঁ, দৰিদ্ৰ, কৃষক, মধ্যবিত্তসকলৰ সপোন পূৰণ কৰিব।এইখন বাজেটে বঞ্চিতসকলক প্ৰথমিকতা প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
February 01st, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ ‘অমৃত কাল’ৰ প্ৰথমখন বাজেটে উন্নত ভাৰতৰ আশা-আকাংক্ষা আৰু সংকল্পসমূহ পূৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে এই বাজেটে বঞ্চিতসকলৰ লগতে উচ্চাকাংক্ষী সমাজ, দৰিদ্ৰ, গাওঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰথমিকতা প্ৰদান কৰিছে।কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰা বিতস্তা কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
January 29th, 09:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰা সংস্কৃতি মন্ত্ৰালয়ৰ বিতস্তা কাৰ্যসূচীৰ প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে ২৪ ডিচেম্বৰত শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ সংখ্যক অমৃত মহোৎসৱত ভাষণ দিব
December 23rd, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ডিচেম্বৰ, ২০২২ তাৰিখে পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সঞ্চালনৰ ৭৫ সংখ্যক অমৃত মহোৎসৱত ভাষণ আগবঢ়াব।