মহাৰাষ্ট্ৰৰ ৱাছিমত কৃষি আৰু পশুপালন খণ্ডৰ পদক্ষেপ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 05th, 12:05 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শিণ্ডে জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ৰাজীৱ ৰঞ্জন সিং, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীচ, অজিত পাৱাৰ, অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু দূৰ-দূৰণিৰ পৰা অহা বঞ্জাৰা সম্প্ৰদায়ৰ ভাই-ভনীসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক ভাই-ভনীসকল, আৰু আন সকলো গণ্যমান্য ব্যক্তি, আৰু মোৰ মহাৰাষ্ট্ৰৰ ভাই-ভনীসকল, এই পবিত্ৰ ৱাছিম ভূমিৰ পৰা পোহৰাদেৱী মাতাক প্ৰণাম জনাইছো।মহাৰাষ্ট্ৰৰ ৱাছিমত প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত বিভিন্ন পদক্ষেপ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 05th, 12:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিমত প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে পি এম-কিষাণ সন্মান নিধিৰ অষ্টাদশ কিস্তি বিতৰণ, নমো শেটকাৰী মহাসন্মান নিধি যোজনাৰ পঞ্চম কিস্তি মুকলি, কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৭,৫০০ৰো অধিক প্ৰকল্পৰ উৎসৰ্গা, ৯,২০০ কৃষক উৎপাদক সংগঠন, পাঁচখন সৌৰ উদ্যান সমগ্ৰ মহাৰাষ্ট্ৰত মুঠ ১৯ মেগাৱাট ক্ষমতাসম্পন্ন আৰু গৰু আৰু থলুৱা লিংগ-বিভাজিত বীৰ্য প্ৰযুক্তিৰ বাবে ইউনিফাইড জিনমিক চিপ মুকলি কৰা হয়৷ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।২০ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 18th, 09:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ ৱাৰ্ধা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ পিএম বিশ্বকৰ্মা আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।The INDI Alliance struggles with a lack of substantial issues: PM Modi in Wardha
April 19th, 06:00 pm
Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.Enthusiasts of Wardha, Maharashtra welcome PM Modi at a public meeting
April 19th, 05:15 pm
Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কে উৎপাদনশীলতা বঢ়াব, নৱোন্মেষণক উদগনি দিব আৰু সংস্থাপনৰ বহু সুযোগ সৃষ্টি কৰিব: প্ৰধানমন্ত্ৰী
July 16th, 08:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কেইদিনমানত মহাৰাষ্ট্ৰ আৰু গুজৰাটত ২খন পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰ আধাৰশিলা স্থাপন কৰা কাৰ্যৰ প্ৰশংসা কৰিছে।N Chandrababu Naidu promised sunrise for the state of Andhra Pradesh. But he seems interested only in rise of his son: PM Modi
February 10th, 01:13 pm
At the public meeting in Andhra Pradesh’s Guntur, PM Narendra Modi said that Amravati in Guntur had been a centre of India's faith and spirituality since ages and now it was becoming a centre of energy of a new Andhra Pradesh and New India. “The central government has also selected Amravati under HRIDAY scheme, so that the heritage sites here can be conserved and developed”, the PM added.PM Modi addresses public meeting in Andhra Pradesh’s Guntur
February 10th, 01:12 pm
At the public meeting in Andhra Pradesh’s Guntur, PM Narendra Modi said that Amravati in Guntur had been a centre of India's faith and spirituality since ages and now it was becoming a centre of energy of a new Andhra Pradesh and New India. “The central government has also selected Amravati under HRIDAY scheme, so that the heritage sites here can be conserved and developed”, the PM added.In our journey of economic growth & transformation, we regard Singapore as a key partner: PM Modi
October 05th, 01:37 pm
PM Narendra Modi and PM Lee Hsein Loong of Singapore held a joint press briefing. PM Modi said, India’s strongest well-wishers Prime Minister Lee is in the driving seat for Singapore and for our bilateral relationship. The PM said that trade and investment ties formed the bedrock of India-Singapore bilateral relationship. He added that in India's journey of economic growth and development, the country considered Singapore as a key partner.Exchange of MoUs in the presence of Prime Minister, on the sidelines of the inauguration of Make in India Centre
February 13th, 04:27 pm
Lets fulfill Balasaheb Thackeray's dreams of a Congress-NCP Mukt Maharashtra and India: Narendra Modi
March 30th, 07:05 pm
Lets fulfill Balasaheb Thackeray's dreams of a Congress-NCP Mukt Maharashtra and India: Narendra Modi