PM hails passage of the Constitution (127th Amendment) Bill, 2021 in both Houses

August 11th, 11:00 pm

Passage of the Constitution (127th Amendment) Bill, 2021 in both Houses is a landmark moment for our nation. This Bill furthers social empowerment. It also reflects our Government’s commitment to ensuring dignity, opportunity and justice to the marginalised sections. –PM Narendra Modi

সৰু চহৰবোৰ হ’ল নতুন ভাৰতৰ ভেটি, ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়

February 06th, 08:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ আগবঢ়ায়৷ তেওঁ কয় যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য অভিলাসী কিন্তু আমি ডাঙৰ চিন্তা কৰিব লাগিব আৰু আগুৱাই যাব লাগিব৷ “মই আপোনালোকক পুনৰ নিশ্চিত কৰিব বিচাৰো যে ভাৰতীয় অৰ্থনীতি শক্তিশালী৷ ভাৰতে সম্পূৰ্ণ গতি আৰু সম্ভাৱনীয়তাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখিছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

Our Government has brought new thoughts and new approach to the governance: PM Modi

February 06th, 07:51 pm

PM Modi in his reply in Rajya Sabha, to the Motion of Thanks to the President’s Address said that in the last five years Government has brought new thoughts and new approach to the governance.

প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী, নতুন চিন্তাঃ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাবৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়৷

February 06th, 07:50 pm

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত কয় যে যোৱা পাঁচ বছৰত চৰকাৰে প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী আৰু নতুন চিন্তা কঢ়িয়াই আনিছে৷ ডিজিটেল ইণ্ডিয়াক ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় ২০১৪ৰ পূৰ্বে মাত্ৰ ৫৯খন গাঁও পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ উপলব্ধ আছিল, কিন্তু যোৱা ৫বছৰত ১.২৫লাখ পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ আগবঢ়োৱা হৈছে৷

Amendments to the Electricity Act, 2003

December 10th, 11:24 pm

Amendments to the Electricity Act, 2003

Amendments to the Insurance Laws (Amendment) Bill, 2008

December 10th, 11:11 pm

Amendments to the Insurance Laws (Amendment) Bill, 2008

Amendments to the Lokpal and Lokayuktas Act, 2013 (1 of 2014) and the Delhi Special Police Establishment Act, 1946 (25 of 1946) and for introduction of a Bill in Parliament

December 10th, 10:59 pm

Amendments to the Lokpal and Lokayuktas Act, 2013 (1 of 2014) and the Delhi Special Police Establishment Act, 1946 (25 of 1946) and for introduction of a Bill in Parliament