গুজৰাটৰ দ্বাৰকাত ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 25th, 01:01 pm
মঞ্চত উপস্থিত আছে গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সতীৰ্থ তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী চিআৰ পাটিল, আন-আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু গুজৰাটৰ মোৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
February 25th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে'ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।২২ আৰু ২৩ ফেব্ৰুৱাৰীত গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 21st, 11:41 am
২২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০:৪৫ বজাত আহমেদাবাদত প্ৰধানমন্ত্ৰীয়ে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাত উপস্থিত হৈ বলিনাথ মহাদেৱ মন্দিৰত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাৰ তাৰভত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৮,৩৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱছাৰীত উপস্থিত হ’ব, য’ত তেওঁ প্ৰায় ১৭,৫০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি দুটা নতুন চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ (পিএইচডব্লিউআৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।বিকশিত ভাৰত বিকশিত গুজৰাট কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 10th, 01:40 pm
গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল, কেনে আছে….আশা কৰো সকলোৰে ভাল। আজি বিকশিত ভাৰত-বিকশিত গুজৰাটৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। আৰু মই জানিব পাৰিছো যে আজি একেসময়তে গুজৰাটৰ ১৮২ খন বিধানসভা সমষ্টিৰ পৰা, গুজৰাটৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোক প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। আপোনালোক সকলোৱে ইমান উৎসাহেৰে বিকশিত গুজৰাটৰ যাত্ৰাত যোগদান কৰিছে... মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে
February 10th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।PM Modi campaigns in Madhya Pradesh’s Betul, Shajapur and Jhabua
November 14th, 11:30 am
Amidst the ongoing election campaigning in Madhya Pradesh, Prime Minister Modi’s rally spree continued as he addressed multiple public meetings in Betul, Shajapur and Jhabua today. PM Modi said, “In the past few days, I have traveled to every corner of the state. The affection and trust towards the BJP are unprecedented. Your enthusiasm and this spirit have decided in Madhya Pradesh – ‘Phir Ek Baar, Bhajpa Sarkar’. The people of Madhya Pradesh will come out of their homes on 17th November to create history.”গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 30th, 09:11 pm
পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
October 30th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত, তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত, ৰাতিপুৱা প্ৰায় ৮ বজাত, তেওঁ কেৱড়িয়া ভ্ৰমণ কৰিব য'ত তেওঁ ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি আগবঢ়াব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ'ব। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত, ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁ আৰম্ভ ৫.০ত ৯৮তম কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব।মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷Congress continues to ignore the contributions of the great Sardar Patel: PM Modi in Sojitra
December 02nd, 12:25 pm
PM Modi called out the fallacies of the Congress for piding Gujarat based on caste and throwing the state into turmoil. The PM further added that the Congress continues to ignore the contributions of the great Sardar Patel till this date and targeted them for not paying their respects at the Statue of Unity.The country is confident that no matter how big the challenges are, only BJP will find solutions: PM Modi in Patan
December 02nd, 12:20 pm
PM Modi reminisced about his memories in Patan and told people about his life when he used to reside in Kagda ki Khadki. He also spoke on the BJP becoming a symbol of trust in the country, PM Modi said, “The country is confident that no matter how big the challenges are, only the BJP will find solutions”. The PM iterated on the efforts of the BJP government in providing vaccines, fiscal support and subsidies to the people during the COVID period.Congress spent most of its time in familyism, appeasement & scams: PM Modi in Ahmedabad
December 02nd, 12:16 pm
PM Modi iterated on Gujarat achieving many feats and leading the country on many fronts, PM Modi said, “Be it social infrastructure or physical infrastructure, the people of Gujarat have presented an excellent model to the country”.Whatever the work, Congress sees its own interest first, and the interest of the country later: PM Modi in Kankrej
December 02nd, 12:01 pm
PM Modi continued his campaigning today for the upcoming elections in Gujarat. In his public meeting at Kankrej, PM Modi talked about the economic and religious importance of cows in Indian society. PM Modi said, “The economic power of India's dairy industry is more than the food grains produced in the country… Today every village is benefiting from the expansion of Banas Dairy”.PM Modi addresses public meetings in Kankrej, Patan, Sojitra and Ahmedabad, Gujarat
December 02nd, 12:00 pm
PM Modi continued his campaigning for the upcoming elections in Gujarat. In his first address at Kankrej, PM Modi talked about the economic and religious importance of cows in India. In his second address at Patan, PM Modi spoke on the assured win for the BJP in Gujarat. PM Modi in his third address for the day focused on the spirit of Ek Bharat, Shreshtha Bharat. In his last address at Ahmedabad, PM Modi spoke on the contributions of the people of Gujarat in building the nation.We stamped out terrorism in the last eight years with resolute actions: PM Modi in Jamnagar
November 28th, 02:15 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.From once manufacturing cycles, Gujarat is now moving towards manufacturing aeroplanes: PM Modi in Rajkot
November 28th, 02:05 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.BJP does not consider border areas or border villages as the last village of the country but as the first village: PM Modi in Anjar
November 28th, 01:56 pm
PM Modi came down heavily on the Congress for colluding with those who opposed the delivery of water to Kutch. PM Modi said, “The Congress has always been encouraging those who opposed the Sardar Sarovar Dam. The people of Kutch can never forget such a party, which created hurdles for the people of Kutch.” PM Modi further talked about how the Kutch Branch Canal is changing lives, PM Modi said, “The hard work of the BJP government is paying off for Kutch. Today many agricultural products are exported from Kutch”.