
বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।
বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।অন্ধ্ৰপ্ৰদেশৰ ভীমাভাৰামত আল্লুৰী সীতাৰাম ৰাজুৰ ১২৫ তম জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ
July 04th, 11:01 am
আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দনজী, কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী মুখ্যমন্ত্ৰী শ্ৰী জগন মোহন ৰেড্ডীজী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু অন্ধ্ৰ প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল,PM launches year-long 125th birth anniversary celebration of legendary freedom fighter Alluri Sitarama Raju in Bhimavaram, Andhra Pradesh
July 04th, 11:00 am
PM Modi launched year-long 125th birth anniversary celebration of legendary freedom fighter Alluri Sitarama Raju in Bhimavaram, Andhra Pradesh. Terming Alluri Sitarama Raju a symbol of India’s culture, tribal identity, valour, ideals and values, the PM remarked that from the birth of Sitaram Raju Garu to his sacrifice, his life journey is an inspiration to all of us.