‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
December 05th, 11:54 am
অহা ২৯ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।২০২৪ চনৰ ২৪ নৱেম্বৰত মন কী বাত শুনিবলৈ টিউন কৰক
November 23rd, 09:00 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
November 05th, 01:28 pm
অহা ২৪নৱেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।২৭ অক্টোবৰ, ২০২৪ত মন কী বাত শুনিবলৈ টিউন কৰক
October 26th, 09:30 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
October 05th, 04:49 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭অক্টোবৰ অৰ্থাৎ দেওবাৰে ‘মন কী বাত’ সম্বোধন কৰিব। এয়া হৈছে আপোনাৰ উদ্ভাৱনীমূলক চিন্তা আৰু পৰামৰ্শৰাজি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এক সুযোগ। এনে পৰামৰ্শসমূহ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ সম্বোধনৰ সময়ত উল্লেখ কৰিব পাৰে।২৯ ছেপ্টেম্বৰ, ২০২৪ত মন কী বাত শুনিবলৈ টিউন কৰক
September 28th, 09:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
September 05th, 04:06 pm
অহা ২৯ ছেপ্টেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।২৫ আগষ্ট, ২০২৪ত মন কী বাত শুনিবলৈ টিউন কৰক
August 24th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।২৮ জুলাই' ২০২৪ ত মন কী বাত শুনিবলৈ টিউন কৰক
July 27th, 09:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।৩০ জুন ২০২৪ত মন কী বাত শুনিবলৈ টিউন কৰক
June 29th, 11:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।২৫ ফেব্ৰুৱাৰী, ২০২৪ত মন কী বাত শুনিবলৈ টিউন কৰক
February 24th, 10:39 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।মন কী বাত শুনিবলৈ ২৮ জানুৱাৰী, ২০২৪ত মন কী বাত টিউন কৰক
January 27th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।৩১ ডিচেম্বৰ, ২০২৩ত মন কী বাত শুনিবলৈ টিউন কৰক
December 30th, 09:00 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷২৬ নৱেম্বৰ, ২০২৩ত মন কী বাত শুনিবলৈ টিউন কৰক
November 25th, 09:12 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷২৯ অক্টোবৰ, ২০২৩ত মন কী বাত শুনিবলৈ টিউন কৰক
October 28th, 10:59 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷২৪ ছেপ্টেম্বৰত ২০২২ তাৰিখে মন কী বাত শুনিবলৈ টিউন কৰক
September 23rd, 09:30 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 11:30 am
মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...২৭ আগষ্ট শুনক মন কী বাত
August 26th, 12:16 pm
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷