আলীগড়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:01 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেলজী, উত্তৰ প্ৰদেশৰ সফল আৰু ক্ষীপ্ৰতৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, অন্যান্য সাংসদ, বিধায়ক আৰু আলিগড়ৰ মোৰ মৰমৰ ভাই-ভনীসকল,PM lays the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh
September 14th, 11:45 am
Prime Minister Narendra Modi laid the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh. Paying rich tribute to Raja Mahendra Pratap Singh ji said, the life of Raja Mahendra Pratap Singh ji, teaches us the indomitable will and a willingness to go to any extent to fulfill our dreams.অন্যান্য পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক চিকিৎসা পাঠ্যক্ৰমত সংৰক্ষণ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তক প্রধানমন্ত্রীৰ প্রশংসা
July 29th, 05:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ শৈক্ষিক বৰ্ষৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ মেডিকেল/ডেণ্টেল পাঠ্যক্ৰমসমূহৰ বাবে অখিল ভাৰতীয় কোটা যোজনাত অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি)ক ২৭ শতাংশ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা ঐতিহাসিক সিদ্ধান্তৰ প্ৰশংসা কৰে।Landmark decision taken by Government of India in Medical Education
July 29th, 03:38 pm
Under the visionary guidance of the Prime Minister Shri Narendra Modi, Ministry of Health and Family Welfare has taken a historic and a landmark decision for providing 27% reservation for OBCs and 10% reservation for Economically Weaker Section (EWS) in the All India Quota (AIQ) Scheme for undergraduate and postgraduate medical / dental courses (MBBS / MD / MS / Diploma / BDS / MDS) from the current academic year 2021-22 onwards.Govt is working for the benefit of all citizens without any discrimination: PM Modi
December 22nd, 11:01 am
PM Narendra Modi addressed the Centenary Celebrations of Aligarh Muslim University. The Prime Minister stressed that the country is proceeding on a path where every citizen is assured of his or her constitution-given rights, no one should be left behind due one’s religion.PM Modi addresses centenary celebrations of Aligarh Muslim University
December 22nd, 11:00 am
PM Narendra Modi addressed the Centenary Celebrations of Aligarh Muslim University. The Prime Minister stressed that the country is proceeding on a path where every citizen is assured of his or her constitution-given rights, no one should be left behind due one’s religion.২২ ডিচেম্বৰত এএমইউৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়
December 20th, 12:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ডিচেম্বৰ ২০২০ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠান উপলক্ষে এটা ডাক–টিকটো মুকলি কৰিব৷ অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংকো উপস্থিত থাকিব৷