উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 20th, 04:54 pm
মঞ্চত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানত অংশ লোৱা আন ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰীযুত নাইডু জী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদ, আৰু বিধায়ক, তথা বেনাৰসৰ মোৰ প্ৰিয় ভাই-ভনীসকল!উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন পদক্ষেপৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 20th, 04:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে অঞ্চলটোৰ অতিৰিক্ত উন্নয়নমূলক প্ৰচেষ্টাৰ সমান্তৰালভাৱে মুঠ ৬,১০০ কোটি টকাৰ বিভিন্ন বিমানবন্দৰ প্ৰকল্প।You hold the key to a better future and a Viksit Bharat: PM Modi in Aligarh
April 22nd, 02:20 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.PM Modi delivers a stirring address to an enthusiastic crowd at a public meeting in Aligarh, UP
April 22nd, 02:00 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে
May 19th, 09:11 pm
গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।This election is about keeping history-sheeters out & scripting a new history: PM Modi
February 04th, 12:01 pm
Prime Minister Narendra Modi today addressed at virtual Jan Chaupal in Uttar Pradesh's Meerut, Ghaziabad, Aligarh, Hapur, Noida. PM Modi said, “This election is about keeping the history sheeters out and to create a new history. I am delighted that people of UP have made up their minds that they won't allow rioters and mafia to take control of UP from behind the curtains.”PM Modi addresses a virtual Jan Chaupal in Western Uttar Pradesh
February 04th, 12:00 pm
Prime Minister Narendra Modi today addressed at virtual Jan Chaupal in Uttar Pradesh's Meerut, Ghaziabad, Aligarh, Hapur, Noida. PM Modi said, “This election is about keeping the history sheeters out and to create a new history. I am delighted that people of UP have made up their minds that they won't allow rioters and mafia to take control of UP from behind the curtains.”ভাৰতীয় সংস্কৃতিৰ স্পন্দনে সমগ্ৰ বিশ্বৰ জনতাক সদায়েই আকৰ্ষিত কৰেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 30th, 11:30 am
বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব।আলীগড়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:01 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেলজী, উত্তৰ প্ৰদেশৰ সফল আৰু ক্ষীপ্ৰতৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, অন্যান্য সাংসদ, বিধায়ক আৰু আলিগড়ৰ মোৰ মৰমৰ ভাই-ভনীসকল,PM lays the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh
September 14th, 11:45 am
Prime Minister Narendra Modi laid the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh. Paying rich tribute to Raja Mahendra Pratap Singh ji said, the life of Raja Mahendra Pratap Singh ji, teaches us the indomitable will and a willingness to go to any extent to fulfill our dreams.কাইলৈ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়ে
September 13th, 11:20 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷Convinced that the people of UP will support us wholeheartedly in these elections: PM Modi
April 14th, 02:31 pm
At a rally in Uttar Pradesh’s Moradabad, PM Modi said that he was convinced that the people of the state would support the BJP wholeheartedly in these elections. Lashing out at the Opposition parties such as Congress, BSP and SP for their decades of neglect and apathy towards the people of Uttar Pradesh, PM Modi said, “We all remember how the leaders who based their politics on the name of Dr. Ambedkar deceived his values and allied themselves with pisive politics of caste and dynasty.BJP will bring back Uttar Pradesh its ancient glory: PM Modi in UP
April 14th, 02:30 pm
Prime Minister Narendra Modi addressed two massive rallies in Aligarh and Moradabad in Uttar Pradesh today.Social Media Corner 4 June 2017
June 04th, 08:04 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Our focus is on VIKAS - Vidyut, Kanoon, Sadak: PM
February 05th, 07:44 pm
PM Modi addressed a public meeting in Aligarh, Uttar Pradesh. Speaking at the event, Shri Modi said that his Government was continuously fighting corruption and black money. Attacking the SP government in UP, PM Modi said that they were not concerned about the development of the state. He added, Our focus is on VIKAS - Vidyut (electricity), Kanoon (law), Sadak (proper connectivity).”Prime Minister Modi addresses public meeting in Aligarh, Uttar Pradesh
February 05th, 07:43 pm
PM Modi addressed a public meeting in Aligarh, Uttar Pradesh. During his address, Shri Modi said that his govt is continuously fighting corruption and black money, “Since coming to power in 2014, we have undertaken measures to curb corruption & take action against the corrupt,” he said. Shri Modi said that people of Uttar Pradesh need to fight against ‘SCAM’- Samajwadi Party, Congress, Akhilesh Yadav and Mayawati. He added, “Uttar Pradesh does not need SCAM. It needs a BJP Government that is devoted to development, welfare of poor & elderly.”Social Media Corner – 5th Feb 2017
February 05th, 07:40 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Our future will be technology driven. We need to embrace it: PM Modi
July 31st, 11:36 am