চিনেমাজগতৰকিংবদন্তি ৰাজ কাপুৰৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কাপুৰ পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ লিখিত ৰূপ

December 11th, 09:00 pm

ৰণবীৰ কাপুৰঃযোৱা এসপ্তাহ ধৰি আমাৰ হোৱাটছএপ ফেমিলী গ্ৰুপটোৱে সক্ৰিয়ভাৱে আলোচনা কৰি আছো, আমি আপোনাক কেনেকৈ সম্বোধন কৰা উচিত হ’ব—প্ৰাইম মিনিষ্টাৰ জীনে প্ৰধানমন্ত্ৰী জী! ৰীমা বুৱাই মোক প্ৰতিদিনে ফোন কৰে, কি ক’ম আৰু কেনেকৈ ক’ম বুলি সুধি থাকে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি অভিনেতা ৰাজ কাপুৰৰ শতবৰ্ষ উদযাপন উপলক্ষে কাপুৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে

December 11th, 08:47 pm

মহান ৰাজ কাপুৰৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ সৈতে ভাবপূৰ্ণ বাৰ্তালাপ কৰে। এই বিশেষ বৈঠকত ভাৰতীয় চিনেমালৈ আগবঢ়োৱা ৰাজ কাপুৰৰ অনন্য অৱদান আৰু তেওঁৰ চিৰস্থায়ী ঐতিহ্যক সন্মানিত কৰা হয়। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালৰ সৈতে মুকলিকৈ মত বিনিময় কৰে।

৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

October 18th, 05:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলোকে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ‘দাদাচাহেব ফালকে জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত হোৱাৰ বাবে ৱাহিদা ৰেহমান ডাঙৰীয়ানীক বিশেষভাৱে অভিনন্দন জনোৱাৰ সুযোগ গ্ৰহণ কৰে।