ভাৰত-অষ্ট্ৰিয়াৰ বৰ্দ্ধিত অংশীদাৰিত্ব সন্দৰ্ভত যুটীয়া বিবৃতি
July 10th, 09:15 pm
চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ আৰু ১০ জুলাইত চৰকাৰী ভ্ৰমণসূচীৰে অষ্ট্ৰিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি মহামহিম আলেকজেণ্ডাৰ ভান ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে চেঞ্চেলৰ নেহাম্মাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৪১ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। এই বছৰটো দুয়োখন দেশৰ মাজত স্থাপিত হোৱা কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বছৰ হিচাপেও চিহ্নিত হৈছে।অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 10th, 09:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ভেন ডেৰ বেলেনে প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন জনায়।অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
July 09th, 11:45 pm
দুখন দেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চেঞ্চেলৰ কাৰ্ল নেহামাৰক সাক্ষাৎ কৰিব। ৪০ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ।ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ চৰকাৰী ভ্ৰমণৰ বাবে যোৱাৰ প্ৰাক ক্ষণত মাননীয় প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতি
July 08th, 09:49 am
২২ সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই ৰাছিয়ান ফেডাৰেশ্যনলৈ বুলি চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো আৰু পৰৱৰ্তী তিনিটা দিনত অষ্ট্ৰিয়া গণৰাজ্যলৈ হ’ব মোৰ প্ৰথমটো ভ্ৰমণ।ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (৮ৰ পৰা ১০ জুলাই ২০২৪ত)
July 04th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ৮ৰ পৰা ১০ জুলাই, ২০২৪ত ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্য ভ্ৰমণ কৰিব।Phone call between Prime Minister Shri Narendra Modi and H.E. (Dr.) Alexander Van der Bellen, Federal President of the Republic of Austria
May 26th, 08:00 pm
PM Modi had a telephone conversation with President Alexander Van der Bellen of Austria. Both the leaders reiterated their shared desire to further strengthen and persify India-Austria relations in the post-Covid world.