ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

February 11th, 06:19 pm

পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টোনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলাৰ কাৰিছক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।