প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপৰ পদক জয় কৰাৰ বাবে অজিত সিঙক অভিনন্দন জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপৰ পদক জয় কৰাৰ বাবে অজিত সিঙক অভিনন্দন জনাইছে

September 04th, 10:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অজিত সিঙক অভিনন্দন জ্ঞাপন কৰে। পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ইভেণ্টত অজিত সিঙে ৰূপৰ পদক জিকিছিল।

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত জেভেলিন থ্ৰোত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অজিত সিঙক অভিনন্দন জনাইছে

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত জেভেলিন থ্ৰোত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অজিত সিঙক অভিনন্দন জনাইছে

October 25th, 09:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছৰ জেভেলিন থ্ৰো এফ ৪৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অজিত সিঙক অভিনন্দন জ্ঞাপন কৰে।