ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
April 13th, 10:43 am
আজি পবিত্ৰ বৈশাখী উৎসৱ। মই বৈশাখীৰ শুভেচ্ছা জনাইছোঁ। এই আনন্দময় উৎসৱত আজি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৭০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে। আপোনালোক সকলো যুৱক-যুৱতীক, আপোনাসৱৰ পৰিয়ালৰ সদস্যসকলক বহুত অভিনন্দন জনাইছোঁ আৰু আপোনাসৱৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে
April 13th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে। তেওঁ বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুন নিযুক্তিপ্ৰাপ্ত লোকসকলে ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন পদ/পদসমূহত যোগদান কৰিব যেনে ৰে’ল মেনেজাৰ, ষ্টেচন মাষ্টাৰ, জ্যেষ্ঠ বাণিজ্যিক তথা টিকট ক্লাৰ্ক, পৰিদৰ্শক, উপ পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, ডাক সহায়ক, আয়কৰ পৰিদৰ্শক, কৰ সহায়ক, জেই/চুপাৰভাইজাৰ, সহকাৰী অধ্যাপক, শিক্ষক, লাইব্ৰেৰিয়ান, নাৰ্ছ, প্ৰবেচনৰী বিষয়া, পিএ, এমটিএছ ইত্যাদি। নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলে কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে নিজকে প্ৰশিক্ষণ দিবলৈ সক্ষম হ'ব, যি হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এক অনলাইন অভিমুখীকৰণ পাঠ্যক্ৰম। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত মেলাৰ সৈতে ৪৫ টা স্থান সংযুক্ত কৰা হৈছিল।ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 18th, 11:17 pm
ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 18th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।কৰ্ণাটকৰ শিৱামোগাত বিভিন্ন বিকাশমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ পাঠ
February 27th, 12:45 pm
মই এই মুহূৰ্তত শিৱামোগাত আছোঁ আৰু ইয়াৰ পৰা মই বেলাগাৱিলৈ যাব লাগিব। আজি শিমোগাই নিজা বিমানবন্দৰ লাভ কৰিছে। দীৰ্ঘদিন ধৰি কৰি অহা দাবীটো আজি পূৰণ হৈছে। শিমোগা বিমানবন্দৰটো বিশাল পৰিসৰত আৰু অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটোৰ নিৰ্মাণত কৰ্ণাটকৰ পৰম্পৰাগত শৈলী আৰু প্ৰযুক্তিৰ এক আশ্চৰ্যকৰ সঙ্গমো দেখিবলৈ পোৱা গৈছে। আৰু এয়া কেৱল বিমানবন্দৰেই নহয়, ই হৈছে এই অঞ্চলৰ যুৱপ্ৰজন্মই সপোনবোৰক ডেউকা মেলি উৰিবলৈ দিয়াৰ এক নতুন অভিযান। আজি পথ আৰু ৰে'ল সম্পৰ্কীয় বহুকেইটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। প্ৰতিটো ঘৰলৈ নলৰ পানী প্ৰদান প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। এনে প্ৰতিটো উন্নয়নমূলক প্ৰকল্পৰ বাবে মই শিমোগা আৰু ইয়াৰ চৌদিশৰ সকলো জিলাৰ নাগৰিকসকলক অভিনন্দন জনাইছো।কৰ্ণাটকৰ শিৱমোগ্গাত ৩,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ শিৱমোগ্গাত ৩,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। তেওঁ শিৱমোগ্গা বিমান বন্দৰ উদ্বোধন কৰে আৰু তাত উপলব্ধ সা-সুবিধাসমূহৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গাত দুটা ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যাৰ ভিতৰত আছে শিৱমোগা-শিকাৰীপুৰা-ৰানেবেন্নুৰ নতুন ৰে'ললাইন আৰু কোটেগানগুৰু ৰে'লৱে কোচিং ডিপো। তেওঁ ২১৫ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগা একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ লগতে জল জীৱন মিছনৰ অধীনত ৯৫০ কোটি টকাৰ অধিক মূল্যৰ বহু-গাওঁ আঁচনিৰ আধাৰশিলা উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ শিৱমোগ্গা চহৰত ৮৯৫ কোটি টকাৰ অধিক মূল্যৰ ৪৪ টা স্মাৰ্ট চিটি প্ৰকল্পও উদ্বোধন কৰে।ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা ‘ভাৰ্চুৱেল’ বৈঠকত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ
February 14th, 04:31 pm
প্ৰথমে, ‘এই যুগান্তকাৰী চুক্তি’ৰ বাবে মই ‘এয়াৰ ইণ্ডিয়া’ আৰু ‘এয়াৰবাছ’ক অভিনন্দন জনাইছো। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক বিশেষভাৱে ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ ইণ্ডিয়া-এয়াৰবাছৰ নতুন অংশীদাৰিত্বৰ শুভাৰম্ভণী অনুষ্ঠানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে এক ভিডিঅ' বাৰ্তালাপত অংশগ্ৰহণ কৰে
February 14th, 04:30 pm
এয়াৰ ইণ্ডিয়া আৰু এয়াৰবাছৰ মাজত অংশীদাৰিত্বৰ শুভাৰম্ভণি কৰাৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, টাটা ছন্সৰ অধ্যক্ষ এমিৰিটাছ শ্ৰী ৰতন টাটা, টাটা ছন্সৰ ব'ৰ্ডৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ, এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী কেম্পবেল উইলছন আৰু এয়াৰবাছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গিলাউমে ফৌৰীৰ সৈতে এক ভিডিঅ' বাৰ্তালাপত অংশগ্ৰহণ কৰে।Congress, Samajwadi party have remained hostage to one family for the past several decades: PM Modi in Amethi, UP
February 24th, 12:35 pm
Prime Minister Narendra Modi today addressed public meetings in Uttar Pradesh’s Amethi and Prayagraj. PM Modi started his address by highlighting that after a long time, elections in UP are being held where a government is seeking votes based on development works done by it, based on works done in the interest of the poor and based on an improved situation of Law & Order.PM Modi addresses public meetings in Amethi and Prayagraj, Uttar Pradesh
February 24th, 12:32 pm
Prime Minister Narendra Modi today addressed public meetings in Uttar Pradesh’s Amethi and Prayagraj. PM Modi started his address by highlighting that after a long time, elections in UP are being held where a government is seeking votes based on development works done by it, based on works done in the interest of the poor and based on an improved situation of Law & Order.উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত এয়াৰ শ্ব'ৰ সাক্ষী হৈ ৰ’ল প্ৰধানমন্ত্ৰী মোদী
November 16th, 04:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ কাৰৱাল খেৰীত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰে। ইয়াৰ উদ্বোধনৰ পিছত, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় বায়ু সেনাৰ এক চিত্তাকৰ্ষক এয়াৰ শ্ব'ৰ সাক্ষী হৈ ৰয়। চুখই আৰু মিৰাজৰ দৰে শক্তিশালী যুঁজাৰু বিমানে এক্সপ্ৰেছৱেটোত বিপজ্জনক অভিযান সম্পন্ন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চি-১৩০জে চুপাৰ হাৰকিউলিছ বিমানেৰে উক্ত স্থানত উপস্থিত হৈছিল।Aero India is a wonderful platform for collaborations, says PM
February 03rd, 03:10 pm
The Prime Minister, Shri Narendra Modi has said that India offers unlimited potential in defence and aerospace.PM lauds Air India for evacuating Indians
March 23rd, 12:40 pm
Prime Minister Shri Narendra Modi praised Air India for evacuating Indians stranded abroad amid the COVID-19 pandemic.বায়ু সেনা কৰ্মচাৰীৰ মুৰব্বীয়ে আয়োজন কৰা ‘এট হোম’ অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে
October 09th, 07:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বায়ু সেনা ভৱনত আজি বায়ু সেনা কৰ্মচাৰীৰ মুৰব্বীয়ে আয়োজন কৰা ‘এট হোম’ শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ভাৰত-ইজৰাইল ব্যৱসায়িক সন্মিলনত প্ৰধানমন্ত্ৰী বক্তব্য (১৫ জানুৱাৰী, ২০১৮)
January 15th, 08:40 pm
ভাৰতবাসীৰ হৈ মই প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু ইজৰাইলৰ প্ৰতিনিধিবৰ্গক আদৰণি জনাইছো। দুয়োখন দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে একেলগ হ’বলৈ পাই মই নথৈ আনন্দিত হৈছো।Social Media Corner 19th August 2017
August 19th, 08:03 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Cabinet gives ‘in principle’ approval for disinvestment of Air India and five of its subsidiaries
June 28th, 08:28 pm
The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, has given 'in principle' approval for for disinvestment of Air India and five of its subsidiaries.Buddhism imparts an ever present radiance to India-Sri Lanka relationship: PM Modi
May 12th, 10:20 am
PM Narendra Modi addressed International Vesak Day celebrations in Sri Lanka. Speaking at the occasion, Shri Modi highlighted how teachings of Lord Buddha was deep seated in governance, culture and philosophy. The PM said, Our region is blessed to have given to the world the invaluable gift of Buddha and his teachings.Social Media Corner - 15th October
October 15th, 07:24 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner 15th September
September 15th, 08:38 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!