অগ্ৰদূত গ্ৰুপ অফ নিউজপেপাৰ্ছৰ সোণালী জয়ন্তী সমাৰোহৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 06th, 04:31 pm

অসমৰ শক্তিমান মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মন্ত্ৰী শ্ৰী অতুল বৰা জী, কেশব মহন্ত জী, পীযুষ হাজৰিকা জী, গোল্ডেন জুবিলি চেলিব্ৰেচন কমিটিৰ অধ্যক্ষ ডাঃ দয়ানন্দ পাঠক জী, অগ্ৰদূতৰ চীফ এডিটৰ তথা কলমেৰে ইমান দীঘলীয়া সময় ধৰি যিজনে তপস্যা কৰিছে, সাধনা কৰিছে, সেইজন কনকসেন ডেকা জী, অন্য মহানুভৱ, দেৱী আৰু সজ্জন,

PM inaugurates Golden Jubilee celebrations of Agradoot group of newspapers

July 06th, 04:30 pm

PM Modi inaugurated the Golden Jubilee celebrations of the Agradoot group of newspapers. Assam has played a key role in the development of language journalism in India as the state has been a very vibrant place from the point of view of journalism. Journalism started 150 years ago in the Assamese language and kept on getting stronger with time, he said.

৬ জুলাইত অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

July 05th, 10:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই, ২০২২ৰ বিয়লি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ এই উপলক্ষে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন কমিটীৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই, ২০২২ৰ বিয়লি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ এই উপলক্ষে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন কমিটীৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷ অগ্ৰদূত কাকতখন প্ৰথমে অসমীয়া দ্বিসপ্তাহিক হিচাপে আৰম্ভ কৰিছিল৷ অসমৰ জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই এই কাকতখন প্ৰতিষ্ঠা কৰিছিল৷ ১৯৯৫ চনত দৈনিক অগ্ৰদূত নামেৰে এখন দৈনিক বাতৰি কাকত হিচাপে প্ৰকাশৰ কাম আৰম্ভ হয় আৰু ই অসমৰ এক বিশ্বাসযোগ্য আৰু প্ৰভাৱশালী কণ্ঠস্বৰ হিচাপে বিকশিত হৈছে৷