Lakshadweep is not just a group of islands; it's a timeless legacy of traditions and a testament to the spirit of its people, says PM Modi

January 04th, 03:29 pm

PM Modi visited Agatti, Bangaram and Kavaratti in Lakshadweep for the launch of various projects. Sharing glimpses from his two-day visit on ‘X’, PM Modi said, “Our focus in Lakshadweep is to uplift lives through enhanced development. In addition to creating futuristic infrastructure, it is also about creating opportunities for better healthcare, faster internet and drinking water, while protecting as well celebrating the vibrant local culture. The projects that were inaugurated reflect this spirit.”

লাক্ষাদ্বীপৰ আগাট্টি বিমানবন্দৰত এখন ৰাজহুৱা সভাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 02nd, 04:45 pm

লাক্ষাদ্বীপ বহুতো সম্ভাৱনাৰে ভৰি আছে। কিন্তু স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি লাক্ষাদ্বীপৰ আন্তঃগাঁথনি উন্নয়ণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। আনকি নৌ পৰিবহণ ইয়াৰ জীৱনৰেখা হোৱা স্বত্বেও। কিন্তু ইয়াৰ বন্দৰসমূহৰ আন্তঃগাঁথনিও দুৰ্বল হৈয়ে আছিল। শিক্ষাই হওক, স্বাস্থ্যই হওক, আনকি পেট্ৰ'ল আৰু ডিজেলেৰ বাবেও যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। এতিয়া আমাৰ চৰকাৰে এই সকলো প্ৰত্যাহ্বান আঁতৰ কৰি আছে। লাক্ষাদ্বীপৰ প্ৰথম ‘পিঅ'এল বাল্ক ষ্টোৰেজ’ সুবিধা কাৱাৰাট্টি আৰু মিনিকয় দ্বীপত নিৰ্মাণ কৰা হৈছে। এতিয়া ইয়াত বহুতো ক্ষেত্ৰত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপৰ অগট্টি বিমান বন্দৰত এখন ৰাজহুৱা সভা সম্বোধন কৰে

January 02nd, 04:30 pm

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে লাক্ষদ্বীপৰ অপৰিসীম সম্ভাৱনাসমূহৰ কথা উল্লেখ কৰে আৰু স্বাধীনতাৰ পিছত লাক্ষদ্বীপে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া অৱহেলাৰ কথা উল্লেখ কৰে। জাহাজ এই অঞ্চলটোৰ জীৱনৰেখা হোৱা সত্বেও বন্দৰগাহৰ দুৰ্বল আন্তঃগাঁথনিৰ কথা তেওঁ উল্লেখ কৰে। ই শিক্ষা, স্বাস্থ্য আৰু আনকি পেট্ৰ'ল আৰু ডিজেলৰ ক্ষেত্ৰতো প্ৰযোজ্য, তেওঁ কয়। তেওঁ কয় যে এতিয়া চৰকাৰে ইয়াৰ বিকাশৰ কাম সঠিক আন্তৰিকতাৰে গ্ৰহণ কৰিছে। এই সকলোবোৰ প্ৰত্যাহ্বান আমাৰ চৰকাৰে মোকাবিলা কৰিছে, তেওঁ কয়।