৯ মাৰ্চ ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

March 07th, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি আগন্তুক ৯ মাৰ্চৰ দুপৰীয়া ১২ বজাত ভাৰত-বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ উপৰিও আধাৰশিলাও স্থাপন কৰিব।