ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ফিট ইণ্ডিয়া ডায়লগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূ

ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ফিট ইণ্ডিয়া ডায়লগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূ

September 24th, 12:01 pm

আজি সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা এনে সাতগৰাকী মহানুভৱৰ প্ৰতি বিশেষ কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো আপোনালোকে আপোনালোকৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াইছে আৰু আপোনালোকৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আপোনালোকে ফিটনেছৰ ভিন ভিন দিশৰ ওপৰত আপোনালোকৰ নিজৰ যিবোৰ অভিজ্ঞতা আেমাৰ সকলোৰে সমূখত বৰ্ণনা কৰিছে, সি নিশ্চিতভাৱে দেশৰ প্ৰতিটো প্ৰজন্মকে লাভৱান্বিত কৰিব, সেয়া মই অনুভৱ কৰিছো। আজিৰ এই আলোচনা যিকোনো বয়সৰ লোকৰ বাবে আৰু ভিন ভিন ৰুচি অভিৰুচিৰ লোকৰ বাবেই যথেষ্ট লাভদায়ক বিবেচিত হ’ব। ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে মই প্ৰতিগৰাকী দেশবাসীৰে সুস্বাস্থ্য কামনা কৰিছো।

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বয়সোপযোগী ফিটনেছ প্ৰট’ক

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বয়সোপযোগী ফিটনেছ প্ৰট’ক

September 24th, 12:00 pm

এই উপলক্ষে শ্ৰী মোদীয়ে বিভিন্ন ক্ৰীড়াবিদ, ফিটনেছ বিশেষজ্ঞ আৰু অন্যান্য ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এই ভাৰ্চুৱেল অনুষ্ঠানত অনানুষ্ঠনিক পদ্ধতিৰে অংশগ্ৰহণকাৰীসকলে নিজৰ জীৱনৰ অভিজ্ঞতা তথা ফিটনেছ মন্ত্ৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷