প্ৰধানমন্ত্ৰীয়ে এৰো ইণ্ডিয়া ২০২৩ৰ দৃশ্যাংশ শ্বেয়াৰ কৰে
February 13th, 07:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এৰো ইণ্ডিয়া ২০২৩ৰ দৃশ্যাংশ শ্বেয়াৰ কৰিছে।কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত এৰ’ ইণ্ডিয়া, ২০২৩ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 13th, 09:40 am
আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত উপস্থিত আছে কৰ্ণাটকৰ ৰাজ্যপাল, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী, মোৰ আন-আন কেবিনেট সতীৰ্থসকল, বহিঃৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, উদ্যোগৰ সন্মানীয় প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ‘এৰ’ ইণ্ডিয়াৰ চতুৰ্দশ তাঙৰণৰ উদ্বোধন কৰে
February 13th, 09:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ চতুৰ্দশ তাঙৰণ উদ্বোধন কৰে। ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ বিষয়বস্তু হৈছে দ্য ৰানৱে’ টু এ বিলিয়ন অপাৰচুনিটিজ আৰু ইয়াত ৭০০ ভাৰতীয় কোম্পানীকে ধৰি ৮০ খনতকৈও অধিক দেশৰ ১০০টাতকৈ অধিক প্ৰতিৰক্ষা কোম্পানীকে ধৰি ৮০০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া, মে’ক ফৰ দ্য ৱৰ্ল্ড'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত থলুৱা প্ৰতিৰক্ষা সঁজুলি/প্ৰযুক্তি আদিৰ প্ৰদৰ্শন আৰু বিদেশী কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হ'ব।