ফলাফলৰ তালিকাঃ আবুধাবিৰ যুৱৰাজ মহামহিম শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ

ফলাফলৰ তালিকাঃ আবুধাবিৰ যুৱৰাজ মহামহিম শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ

September 09th, 07:03 pm

বৰাকাহ পাৰমাণৱিক শক্তি প্ৰকল্প পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আমিৰাত পাৰমাণৱিক শক্তি কোম্পানী (ENEC) আৰু ভাৰতৰ পাৰমাণৱিক শক্তি নিগম লিমিটেড (NPCIL)ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)।