তেলেংগানাৰ ছাঙ্গাৰেড্ডীত বিভিন্ন প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 05th, 10:39 am

তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰ্জনজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী কিষাণ ৰেড্ডীজী, তেলেংগানা চৰকাৰৰ মন্ত্ৰী কোণ্ডা সুৰেখাজী, কে ভেংকট ৰেড্ডীজী, সংসদত মোৰ সহকৰ্মী ড° কে লক্ষ্মণজী, আন আন সুধীবৃন্দ!!

প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ সাংগাৰেডীত ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

March 05th, 10:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ সাংগাৰেডীত ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহে পথ, ৰেল, পেট্ৰলিয়াম, বিমান পৰিবহণ আৰু প্ৰাকৃতিক গেছৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে।

Telangana is the land of the brave Ramji Gond & Komaram Bheem: PM Modi

March 04th, 12:45 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

Telangana's massive turnout during a public rally by PM Modi in Adilabad

March 04th, 12:24 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

তেলেংগানাৰ আদিলাবাদত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 04th, 11:31 am

তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সৌন্দৰ্যৰাজন জী, মুখ্যমন্ত্ৰী শ্ৰীমান ৰেৱন্ত ৰেড্ডীজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী জি কিষাণ ৰেড্ডীজী, সোয়ম বাপু ৰাও জী, পি শংকৰজী, সমৱেত গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!

PM Modi launches multiple development projects worth more than Rs 56,000 crores in Adilabad, Telangana

March 04th, 11:30 am

PM Modi inaugurated, dedicated to the nation and laid the foundation stone of multiple developmental projects related to power, rail and road sectors worth more than Rs 56,000 crores in Adilabad, Telangana. He reiterated the mantra of India's development through the development of the states. He said that with a better economy, trust in the country grows and states also benefit from that as they get investment.