গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত তেলেগু অভিনেতা চিৰঞ্জীৱীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

November 21st, 02:00 pm

গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত তেলেগু অভিনেতা চিৰঞ্জীৱীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।