গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

February 25th, 11:10 am

পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।

এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 25th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে ­অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

February 14th, 08:30 am

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 14th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

February 10th, 06:40 pm

এই সপ্তাহত ভাৰত আৰু ভাৰতীয়ই বিশ্ব মঞ্চত উল্লেখযোগ্য উত্থান অব্যাহত ৰাখিছে, আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰি মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰি বিভিন্ন ক্ষেত্ৰত কৃতিত্ব উদযাপন কৰিছে। দক্ষিণ-পূব এছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু বিমান পৰিবহণলৈকে ভাৰতৰ অগ্ৰগতি বিশ্বৰ অংশীদাৰসকলৰ বাবে এক কেন্দ্ৰবিন্দু হৈয়ে আছে। এই সপ্তাহৰ কেতবোৰ উল্লেখযোগ্য দিশ চাওক।

ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে: প্ৰধানমন্ত্ৰী

January 25th, 05:48 pm

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

January 25th, 01:00 pm

ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

লাও পিডিআৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

October 11th, 01:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েন্টিয়ানত লাও পিপলছ ৰিভল্যুচনেৰী পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা লাওছৰ সভাপতি থংলৌন ছিছৌলিথৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে আছিয়ান সন্মিলন আৰু পূব এছিয়া সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ছিছৌলিথক অভিনন্দন জনায়।

Meeting of Prime Minister with Prime Minister of Thailand

October 11th, 12:41 pm

Prime Minister Narendra Modi met H.E. Ms. Paetongtarn Shinawatra, Prime Minister of Thailand on the sidelines of East Asia Summit in Vientiane. The two leaders discussed bilateral cooperation in a range of areas. They also exchanged views on ways to forge closer cooperation in sub-regional, regional, and multilateral fora.

১৯ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন, ভিয়েনছেন, পিডিআৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

October 11th, 08:15 am

ভাৰতে সদায় আছিয়ান ঐক্য আৰু কেন্দ্ৰিকতাৰ সমৰ্থন কৰিছে। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগৰ কেন্দ্ৰতো আছিয়ান আছে। ভাৰতৰ “Indo-Pacific Oceans’ Initiative” আৰু “আছিয়ান Outlook on Indo-Pacific”ৰ মাজত গভীৰ সমতা আছে। এখন ফ্ৰী, অ’পেন, সমাৱেশী, সমৃদ্ধ আৰু নীতি-ভিত্তিক ইণ্ডো-পেচিফিক, সমগ্ৰ ক্ষেত্ৰৰ শান্তি আৰু প্ৰগতিৰ বাবে মহত্বপূৰ্ণ।

১৯সংখ্যক পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 11th, 08:10 am

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগিতাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক স্থাপত্যত আছিয়ানৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ইষ্ট এছিয়া সন্মিলনত ভাৰতৰ অংশগ্ৰহণ ইয়াৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ বাবে মুক্ত, মুকলি, সৰ্বাংগীন, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ কথা কয়। তেওঁ দৃঢ়তাৰে কয় যে অঞ্চলটোৱে সম্প্ৰসাৰণবাদ ভিত্তিক পন্থাতকৈ উন্নয়নভিত্তিক পন্থা গ্ৰহণ কৰিব লাগে।

লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 02:35 pm

এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।

লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 02:30 pm

এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।

ব্ৰুনেইৰ চুলতানৰ সৈতে অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 04th, 03:18 pm

মই আপোনাৰ সম্ভাষণ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আপোনাৰ লগতে সমগ্ৰ ৰাজ পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ব্ৰুনেইৰ চুলতানৰ দ্বাৰা আয়োজিত ভোজমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ ইংৰাজী অনুবাদ

September 04th, 12:32 pm

উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মহামান্য আৰু সমগ্ৰ ৰাজপৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ব্ৰুনেইলৈ এইটো প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। অৱশ্যে, মই ইয়াত লাভ কৰা ঘনিষ্ঠতা আৰু উষ্ণতাই আমাৰ দেশসমূহৰ মাজত থকা শতিকা পুৰণি সম্পৰ্কৰ প্ৰতিটো মুহূৰ্তত মোক মনত পেলাই দিছে।

ব্ৰুনেইৰ মহামহিম চুলতান হাজী হাছানাল বলকিয়াহৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 04th, 12:11 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বন্দৰ ছেৰি বেগাৱানৰ ইস্তানা নুৰুল ইমানত উপস্থিত হয় আৰু ব্ৰুনেইৰ মহামহিম চুলতান হাজী হাছানাল বলকিয়াহে তেখেতক উষ্ম আদৰণি জনায়।

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি (০১ আগষ্ট, ২০২৪)

August 01st, 12:30 pm

মই প্ৰধানমন্ত্ৰী ফাম মিং চিং আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আৰম্ভণিতে, সকলো ভাৰতীয়ৰ হৈ, সঞ্চালক প্ৰধান ন্যুয়েন ফু চোঙৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিবৃতি

June 22nd, 01:00 pm

প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাজী আৰু তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। যোৱা এবছৰত আমি দহবাৰ লগ হৈছো। কিন্তু আজিৰ এই ভ্ৰমণ বিশেষ। কাৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজী আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত আমাৰ প্ৰথম ৰাজ্যিক অতিথি।

অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 07th, 01:28 pm

“ইষ্ট এছিয়া সন্মিলন”ত পুনৰবাৰ অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি উইডোডোৰ অভূতপূৰ্ব আচৰণৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছো। তদুপৰি, এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মই টিমৰ লেষ্টেৰ প্ৰধানমন্ত্ৰী মহামহিম চেনানা গুজমাওক আদৰণি জনাইছো।

২৩সংখ্যক আছিয়ান- ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

September 07th, 11:47 am

আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।