মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 04th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতা দিৱসত প্ৰদান কৰা ভাষণ !
August 15th, 01:38 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ পিছত দেশৰ জনসাধাৰণে তেওঁৰ ভাষণক উল্লাসেৰে আদৰণি জনাইছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰে সম্পন্ন কৰা কামবোৰ তথা আগন্তুক ২৫ বছৰৰ কাৰ্যক্ৰমণিকাসমূহ আলোকপাত কৰাৰ পিছত ছ’চিয়েল মিডিয়াত সৰ্বত্ৰ প্ৰশংসিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ড০ হৰেকৃষ্ণ মেহতাবৰ দ্বাৰা ৰচিত ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 09th, 12:18 pm
অনুষ্ঠানটোত মোৰ সৈতে উপস্থিত থকা লোকসভাৰ কেৱল এজন সাংসদেই নহয়, এজন ভাল সাংসদে সাংসদীয় জীৱনত কেনেদৰে কাম কৰিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ, ভাই ভৰ্তৃহৰি মেহতাবজী, ধৰ্মেন্দ্ৰ প্ৰধানী, অন্যান্য জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! এইটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মই 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ সৈতে সম্পৰ্কিত এই অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাইছো। প্ৰায় ডেৰ বছৰ আগতে, আমি সকলোৱে 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ এশ বিংশতম জন্ম জয়ন্তী এক অতি প্ৰেৰণাদায়ক অনুষ্ঠান হিচাপে উদযাপন কৰিছিলো। আজি আমি তেওঁৰ বিখ্যাত গ্ৰন্থ 'ওড়িশা ইতিহাস'ৰ হিন্দী সংস্কৰণ মুকলি কৰিছো। এইটো অতি গুৰুত্বপূৰ্ণ যে ওড়িশাৰ বিশাল আৰু বৈচিত্ৰ্যময় ইতিহাস দেশৰ জনসাধাৰণৰ ওচৰলৈ যাওক। আপুনি ওড়িয়া আৰু ইংৰাজীৰ পিছত হিন্দী সংস্কৰণৰ জৰিয়তে এই প্ৰয়োজনীয়তা পূৰণ কৰিছে। এই অভিনৱ প্ৰচেষ্টাৰ বাবে মই ভাই ভৰ্তৃহৰি মেহতাবজী, হৰেকৃষ্ণ মেহতাব ফাউণ্ডেচন আৰু বিশেষকৈ শংকৰলাল পুৰোহিতজীক ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো।ডঃ হৰেকৃষ্ণ মাহতাবৰ ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণ উন্মোচন প্ৰধানমন্ত্ৰী
April 09th, 12:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবে প্ৰণয়ন কৰা গ্ৰন্থ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী অনুবাদ উন্মোচন কৰে। পূৰ্বে, এই গ্ৰন্থখনি ওড়িয়া আৰু ইংৰাজীত উপলব্ধ আছিল, ইয়াক হিন্দীলৈ অনুবাদ কৰে শ্ৰী শংকৰলাল পুৰোহিতে। এই কাৰ্যসূচীত শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কটকৰ সাংসদ (লোকসভা) শ্ৰী ভাৰ্ত্ৰুহৰি মাহতাবো উপস্থিত থাকে।Submarine OFC project connecting Andaman-Nicobar to rest of the world is a symbol of our commitment towards ease of living: PM
August 10th, 12:35 pm
PM Narendra Modi launched the submarine Optical Fibre Cable facility in Andaman and Nicobar Islands via video conferencing. In his address the PM said, This submarine OFC project that connects Andaman Nicobar Islands to the rest of the world is a symbol of our commitment towards ease of living. Thousands of families in Andaman-Nicobar will now get its access, the residents will reap the benefits of internet connectivity.PM Modi launches submarine Optical Fibre Cable facility in Andaman and Nicobar Islands
August 10th, 10:14 am
PM Narendra Modi launched the submarine Optical Fibre Cable facility in Andaman and Nicobar Islands via video conferencing. In his address the PM said, This submarine OFC project that connects Andaman Nicobar Islands to the rest of the world is a symbol of our commitment towards ease of living. Thousands of families in Andaman-Nicobar will now get its access, the residents will reap the benefits of internet connectivity.ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 03rd, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংককত ৩ নৱেম্বৰত আছিয়ান-ইষ্ট এছিয়া সন্মিলন সম্পৰ্কীয় বৈঠকৰ আজৰি সময়ত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় জোকো ৱাইড’ডোক সাক্ষাৎ কৰে৷থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
November 03rd, 06:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত ৩৫সংখ্যক আছিয়ান সন্মিলন, ১৪সংখ্যক পূব এছিয়া সন্মিলন আৰু ১৬সংখ্যক ভাৰত-আছিয়ান সন্মিলনৰ আজৰি সময়ত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) প্ৰায়ুৎ চান-অ’-চাক সাক্ষাৎ কৰে৷US Secretary of Defence Ashton Carter calls on the Prime Minister
April 12th, 08:57 pm
Text of PM’s remarks after witnessing the signing of the historic agreement between Government of India and NSCN
August 03rd, 07:32 pm
PM witnesses the signing of historic peace accord between Government of India and Nationalist Socialist Council of Nagaland (NSCN)
August 03rd, 07:21 pm
Text of the Press Statement made by the PM after the Signing of Agreements in Ulaanbaatar, Mongolia
May 17th, 08:46 am