তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

May 18th, 12:00 pm

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

Prime Minister condoles the loss of lives in an accident in Nanded, Maharashtra

Prime Minister condoles the loss of lives in an accident in Nanded, Maharashtra

April 04th, 03:21 pm

Prime Minister Shri Narendra Modi today condoled the loss of lives in an accident in Nanded, Maharashtra. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে বহু লোকে, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে বহু লোকে, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

February 16th, 07:18 am

নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ বহু লোকৰ প্ৰাণ হানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ আশু আৰোগ্যও কামনা কৰে।

Prime Minister condoles loss of lives in the tragic collision in Washington DC

January 31st, 09:09 am

The Prime Minister, Shri Narendra Modi has condoled loss of lives in the tragic collision in Washington DC. Shri Modi also extended heartfelt condolences to the families of the victims and said that we stand in solidarity with the people of the United States.

প্ৰয়াগৰাজ মহাকুম্ভত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

January 29th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজ মহাকুম্ভত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।

Prime Minister expresses grief over road accident on Jaipur-Ajmer highway in Rajasthan, announces ex-gratia

December 20th, 12:49 pm

Prime Minister, Shri Narendra Modi today expressed grief over the accident on Jaipur-Ajmer highway in Rajasthan. Shri Modi also announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the mishap, while the injured would be given Rs. 50,000.

মহাৰাষ্ট্ৰৰ গণ্ডিয়াত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

November 29th, 04:54 pm

মহাৰাষ্ট্ৰৰ গণ্ডিয়াত আজি সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

ঝান্সী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

November 16th, 08:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ ঝান্সী চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।

আলমোৰাৰ পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা

November 04th, 01:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হোৱা লোকসকলৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। @PMOIndiaই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক; পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা

October 04th, 10:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।

PM Modi condoles loss of lives in drowning incident in Dehgam, Gujarat

September 14th, 02:26 pm

The Prime Minister, Shri Narendra Modi has condoled the loss of lives in drowning incident in Dehgam, Gujarat.

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনামৰ শুভেচ্ছা জনাইছে

September 14th, 02:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওনামৰ বাবে উষ্ম শুভেচ্ছা জনাইছে।

লক্ষ্ণৌত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, পীড়িতসকলৰ বাবে অনুদান ঘোষণা

September 08th, 01:13 pm

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।

উত্তৰপ্ৰদেশৰ হথৰাছত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

September 06th, 08:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ হথৰাছত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাত আহত লোকসকলক আশু আৰোগ্য কামনা কৰে।

PM Modi's conversation with Lakhpati Didis in Jalgaon, Maharashtra

August 26th, 01:46 pm

PM Modi had an enriching interaction with Lakhpati Didis in Jalgaon, Maharashtra. The women, who are associated with various self-help groups shared their life journeys and how the Lakhpati Didi initiative is transforming their lives.

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি বাইদেউ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

August 25th, 01:00 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ, দেশৰ কৃষি মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, মন্ত্ৰী পৰিষদত মোৰ সতীৰ্থ, এই ভূমিৰ সন্তান প্ৰতাপ ৰাও যাদৱ, এই ভূমিৰ সন্তান ভগ্নী ৰক্ষা খাদছে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ ডাঙৰীয়া, দেৱেন্দ্ৰ ফাদনৱিছ ডাঙৰীয়া, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, মাতৃ আৰু ভগ্নীসকল; যিয়ে আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। মই যিমানদূৰ চকুৰে মণিব পাৰিছোঁ, সকলোতে মাতৃসকলক দেখিছোঁ। মোক এই দৃশ্যই প্ৰশান্তি প্ৰদান কৰিছে।

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 25th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত অংশগ্ৰহণ কৰে। তেওঁ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে বৰ্তমান চৰকাৰৰ তৃতীয় কাৰ্যকালত শেহতীয়াকৈ লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখপতি দিদিৰ সৈতেও মত বিনিময় কৰে। শ্ৰী মোদীয়ে ২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলি কৰে, যাৰ জৰিয়তে ৪.৩ লাখ আত্মসহায়ক গোটৰ (এছএইচজি) প্ৰায় ৪৮ লাখ সদস্য উপকৃত হয়। লগতে তেওঁ ৫,০০০ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে যিয়ে ২.৩৫ লাখ আত্মসহায়ক গোটৰ ২৫.৮ লাখ সদস্যক উপকৃত কৰিব। লাখপতি দিদী যোজনাৰ আৰম্ভণিৰ পৰাই ইতিমধ্যে এক কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলা হৈছে আৰু বৰ্তমান চৰকাৰে তিনি কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Cabinet approves Pune Metro Phase-1 project extension towards south from Swargate to Katraj spanning 5.46 km

August 16th, 09:35 pm

Pune Metro Phase-1 Project Extension: The Cabinet, chaired by PM Modi, has given the green light for the extension of Pune Metro's Phase-1 from Swargate to Katraj. This extension spans 5.46 km and will further improve the metro connectivity in Pune, easing the commute for residents in the southern part of the city.

মধ্যপ্ৰদেশৰ সাগৰত জিলাত দেৱাল ভাঙি হোৱা শোকাবহ মৃত্যুৰ ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ, এককালীন সাহায্য ঘোষণা

August 04th, 06:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত শোক প্ৰকাশ কৰে, য’ত এখন দেৱাল ভাঙি প্ৰায় ৯টা শিশুৰ মৃত্যু হয়।

উন্নাওৰ পথ দুৰ্যটনাক লৈ গভীৰ শোক প্ৰধানমন্ত্ৰীৰ, এককালীন সাহায্য ঘোষণা

July 10th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নাও পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।