ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

April 26th, 08:01 pm

অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।

নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ

April 26th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।

এনইপি ২০২০ সন্দৰ্ভত ৰাজ্যপালৰ সমাৱেশৰ মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূপ

September 07th, 11:20 am

আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়, মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী ৰমেশ পখৰিয়াল নিশাংক মহোদয়, সঞ্জয় ধত্ৰে মহোদয়, এই সন্মিলনত অংশগ্ৰহণ কৰা সকলো মাননীয় ৰাজ্যপাল, উপ-ৰাজ্যপাল, ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় শিক্ষা নীতিক বাস্তৱায়িত কৰাত মুখ্য ভূমিকা পালন কৰা ডাঃ কস্তুৰীৰংগন মহোদয়া, তেওৰ দল, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল!

ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কত ৰাজ্যপালসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

September 07th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত ৰাজ্যপালসকলৰ সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰে।এই সন্মিলনত অংশগ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। অনুষ্ঠানত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ৰাজ্যপাল, উপ-ৰাজ্যপাল আৰু ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্যসকলেও অংশগ্ৰহণ কৰে।

‘আত্মনিৰ্ভৰ ভাৰত এপ্ ইনভেশ্যন চেলেঞ্জ’ কাৰ্যক্ৰমৰ অধীনত ‘এপ্’ বিকশিত কৰাসকলক ‘মন কী বাত’-ত প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

August 30th, 03:43 pm

শেহতীয়া ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘আত্মনিৰ্ভৰ ভাৰত এপ্ ইনভেশ্যন চেলেঞ্জ’ কাৰ্যক্ৰমৰ অধীনত ‘এপ্’ বিকশিত কৰা সকলক ভূয়সী প্ৰশংসা কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে প্ৰতিযোগিতাখনত যুৱ-প্ৰজন্মই উত্সাহৰেই অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ প্ৰায় দুই-তৃতীয়াংশই দ্বিতীয় অথবা তৃতীয় পৰ্যায়ৰ নগৰৰ বুলিও তেওঁ উল্লেখ কৰে। বিভিন্ন শ্ৰেণীভুক্ত ‘এপ্’-ৰ ভিতৰৰ পৰা প্ৰায় দুই ডজন ‘এপ্’-লৈ শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে বুলিও তেওঁ তথ্য দাঙি ধৰে। তেওঁ শ্ৰোতা-দৰ্শকক এইসমূহ ‘এপ্’-ৰ সৈতে চিনাকী হৈ ইয়াৰ ব্যৱহাৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

খেল আৰম্ভ কৰো আহক: মন কী বাতত পুতলা নিৰ্মাণ খণ্ডত আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

August 30th, 11:00 am

বন্ধুসকল, এতিয়া ওনাম উৎসৱো ধুম-ধামেৰে পালন কৰা হৈছে৷ এই পৰ্ব চিনগম মাহত পালন কৰা হয়৷ এই সময়ছোৱাত মানুহে নতুন সামগ্ৰী ক্ৰয় কৰে, নিজৰ ঘৰ সজায়, পুক্কলম বনায়, ওনাম-সদিয়াৰ আনন্দ লয়, ভিন্ন-ভিন্ন ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰে৷ ওনাম বিদেশতো পালন কৰা হয়৷ আমেৰিকা, ইউৰোপ আদি সকলোতে ওনামৰ আনন্দ পালন কৰা হয়৷ ওনাম এক আন্তৰ্জাতিক উৎসৱলৈ পৰিৱৰ্তিত হৈছে৷

স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২০ৰ গ্ৰেণ্ড ফাইনেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 01st, 04:47 pm

আপোনালোকে এটাৰ পিছত আনটোৰ সমাধানৰ দিশত কাম কৰিছে৷ দেশৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বানে দেখা দিছে, এইবোৰে সেইবোৰৰ সমাধান দিয়াৰ লগতে ডাটা, ডিজিটাইজেশ্যন আৰু হাই-টেক ভৱিষ্যতক লৈ ভাৰতৰ আশা-আকাংক্ষাকো সুদৃঢ় কৰিছে৷

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২০ৰ ফাইনেল সম্বোধন প্ৰধানমন্ত্ৰীৰ

August 01st, 04:46 pm

স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলত প্ৰধানমন্ত্ৰীয়ে কয়-দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ নানাধৰণৰ সমাধানৰ বাবে কাম কৰি আছে শিক্ষাৰ্থীসকলে। সমস্যাসমূহৰ সমাধান দিয়াৰ লগতে ইয়ে ডাটা, ডিজিটাইজেশ্যন আৰু হাই-টেক ভৱিষ্যত সন্দৰ্ভত ভাৰতৰ আকাংক্ষাকো শক্তিশালী কৰিছে। একবিংশ শতিকাৰ দ্ৰুত গতিত কাৰ্যকৰী ভূমিকা পালন অব্যাহত ৰাখিবলৈ ভাৰতক দ্ৰুত পৰিৱৰ্তন কৰিব লাগিব বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, উদ্ভাৱন, গৱেষণা, আৰ্হি, উন্নয়ন আৰু উদ্যোগশীলতাৰ বাবে দেশত প্ৰয়োজনীয় ইকোচিষ্টেম নিৰ্মিত হৈছে। তেওঁ ভাৰতৰ শিক্ষাক আৰু আধুনিক কৰি তোলা আৰু মেধাৰ বাবে সুযোগ সৃষ্টিৰ লক্ষ্য লোৱাৰ আশ্বাস দিয়ে।

Skill, reskill and upskill in order to remain relevant in the rapidly changing environment: PM

July 15th, 11:10 am

In his message to the Digital Skills Conclave held on the occasion of the World Youth Skills Day and the fifth anniversary of ‘Skill India’ mission, Prime Minister Modi exhorted the youth to Skill, Reskill and Upskill in order to remain relevant in the rapidly changing business environment and market conditions.

Prime Minister, on the occasion of World Youth Skills Day, exhorts Youth to Skill, Reskill and Upskill

July 15th, 11:09 am

In his message to the Digital Skills Conclave held on the occasion of the World Youth Skills Day and the fifth anniversary of ‘Skill India’ mission, Prime Minister Modi exhorted the youth to Skill, Reskill and Upskill in order to remain relevant in the rapidly changing business environment and market conditions.

PM urges tech community to participate in Aatmanirbhar Bharat App Innovation Challenge

July 04th, 05:38 pm

Prime Minister Shri Narendra Modi has urged the tech community to participate in the Aatmanirbhar Bharat App Innovation Challenge.