Any country can move forward only by being proud of its heritage and preserving it: PM Modi

November 11th, 11:30 am

PM Modi participated in the 200th anniversary celebration of Shree Swaminarayan Mandir in Vadtal, Gujarat. Noting that the 200th year celebrations in Vadtal dham was not mere history, Shri Modi remarked that it was an event of a huge importance for many disciples including him who had grown up with utmost faith in Vadtal Dham. He added that this occasion was a testimony to the eternal flow of Indian culture.

PM Modi participates in 200th year celebrations of Shree Swaminarayan Mandir in Vadtal, Gujarat

November 11th, 11:15 am

PM Modi participated in the 200th anniversary celebration of Shree Swaminarayan Mandir in Vadtal, Gujarat. Noting that the 200th year celebrations in Vadtal dham was not mere history, Shri Modi remarked that it was an event of a huge importance for many disciples including him who had grown up with utmost faith in Vadtal Dham. He added that this occasion was a testimony to the eternal flow of Indian culture.

‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 29th, 11:00 am

আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

PM Narendra Modi addresses Rozgar Mela

October 29th, 10:30 am

PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.

সংযোগৰ সুবিধা প্ৰদান কৰা, ভ্ৰমণ সূচল কৰা, পৰিবহণ ব্যয় হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে কেবিনেটে আনুমানিক ৬,৭৯৮ কোটি টকা ব্যয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে আৰু ৫ বছৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰা হ'ব

October 24th, 03:12 pm

দুটা অনুমোদিত প্ৰকল্প হৈছে – (ক) নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখাত ২৫৬ কিলোমিটাৰ সামৰি আৰু (খ) ৫৭ কিলোমিটাৰ সামৰি অমৰাৱতী হৈ এৰুপালেম আৰু নামবুৰুৰ মাজত নতুন ৰে'লপথ নিৰ্মাণ।

কেবিনেটে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈকে ৰাষ্ট্ৰীয় খাদ্য তেল অভিযান– তৈলবীজৰ (এনএমইঅ’-তৈলবীজ)ত অনুমোদন জনায়

October 03rd, 09:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল – তৈলবীজ (NMEO-Oilseeds)ক অনুমোদন জনাইছে, যি ঘৰুৱা তৈলবীজ উৎপাদনক প্ৰসাৰিত কৰিব আৰু খাদ্য তেলত আত্মনিৰ্ভৰশীলতা (আত্মনিৰ্ভৰ ভাৰত) অৰ্জন কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ। এই অভিযান ১০,১০৩ কোটি টকাৰ আৰ্থিক ব্যয়ৰে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈ সাত বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৩ বিত্তীয় বৰ্ষত ভাৰতৰ উৎপাদন খণ্ডৰ চাকৰি ৭.৬%, মজুৰি ৫.৫%, জিভিএ ২১% বৃদ্ধিৰ প্ৰশংসা কৰে

October 01st, 08:11 pm

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ ২০২৩ বিত্তীয় বৰ্ষত উৎপাদনখণ্ডৰ চাকৰি আৰু শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ প্ৰশংসা কৰে। চৰকাৰী সমীক্ষা অনুসৰি ২০২৩ বিত্তীয় বৰ্ষত উৎপাদন উদ্যোগৰ চাকৰি ৭.৬% আৰু মজুৰি ৫.৫% বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠকত পৌৰহিত্য কৰে

September 10th, 04:43 pm

আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বাতাবৰণ সম্পৰ্কে আলোচনা তথা গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰমৰ পুনৰ নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হয়।

৩১ আগষ্টত তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰিব প্ৰধানমন্ত্ৰীয়ে

August 30th, 04:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে ৩১ আগষ্ট, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত তিনিখন বন্দে ভাৰত ৰে'লৰ যাত্ৰাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী সাৰোগত কৰি নিৰ্মাণ কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’য়ে ‘মিৰাট-লক্ষ্ণৌ’; ‘মাদুৰাই – বেংগালুৰু’ আৰু ‘চেন্নাই – নাগৰকইল’ এই তিনিটা পথত যাতায়াতৰ সুবিধা উন্নত কৰিব।

Entire world is looking towards Vadhvan Port today: PM Modi in Maharashtra

August 30th, 01:41 pm

PM Modi laid foundation stone of Vadhvan Port and other development projects in Palghar, Maharashtra, underscoring the state's pivotal role in achieving a Viksit Bharat. He highlighted the port's potential as India's largest container hub which shall boost the economy.

PM Modi lays foundation stone of Vadhvan Port worth around Rs 76,000 crore in Palghar, Maharashtra

August 30th, 01:40 pm

PM Modi laid foundation stone of Vadhvan Port and other development projects in Palghar, Maharashtra, underscoring the state's pivotal role in achieving a Viksit Bharat. He highlighted the port's potential as India's largest container hub which shall boost the economy.

ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ১২টা ঔদ্যোগিক ন’ড/চহৰত কেবিনেটৰ অনুমোদন

August 28th, 05:46 pm

ভাৰতে অতি সোনকালে ঔদ্যোগিক স্মাৰ্ট চিটীৰ এক বৃহৎ শৃংখল স্থাপনৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচী(এনআইচিডিপি)ৰ অধীনত ২৮,৬০২ কোটি টকাৰ আনুমানিক বিনিয়োগেৰে ১২টা নতুন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনায়। এই পদক্ষেপে দেশৰ ঔদ্যোগিক পৰিৱেশৰ ৰূপান্তৰ ঘটোৱাৰ লগতে, ঔদ্যোগিক ন’ড আৰু চহৰৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব যিয়ে অৰ্থনৈতিক বিকাশ আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব।

কেবিনেটে ভাৰতীয় ৰে’লৱেত সংযোগ বৃদ্ধি, যাতায়াত সহজ কৰা, লজিষ্টিক খৰচ হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে দুটা নতুন লাইন আৰু এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়

August 28th, 05:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৬,৪৫৬ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পত অনুমোদন জনাইছে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 02nd, 09:58 pm

মই ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰা ভাষণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ থিয় দিছো।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ

July 02nd, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।

NDA's victory for the 3rd time represents the victory of 140 crore Indians: PM Modi at BJP HQ

June 04th, 08:45 pm

After the announcement of the results of the Lok Sabha Elections 2024, Prime Minister Narendra Modi addressed a programme at BJP HQ in New Delhi. Thanking the people of India, PM Modi said, “The results of the Lok Sabha Elections of 2024 has enabled NDA emerge victorious for the 3rd time. He said that this is the victory of the idea of a ‘Viksit Bharat’ and to safeguard India’s Constitution. He said, “NDA’s victory for the 3rd time represents the victory of 140 crore Indians.”

PM Modi addresses Party Karyakartas at BJP HQ after NDA win in 2024 Lok Sabha Elections

June 04th, 08:31 pm

After the announcement of the results of the Lok Sabha Elections 2024, Prime Minister Narendra Modi addressed a programme at BJP HQ in New Delhi. Thanking the people of India, PM Modi said, “The results of the Lok Sabha Elections of 2024 has enabled NDA emerge victorious for the 3rd time. He said that this is the victory of the idea of a ‘Viksit Bharat’ and to safeguard India’s Constitution. He said, “NDA’s victory for the 3rd time represents the victory of 140 crore Indians.”

You trusted BJD for 25 years, but it broke your trust at every step: PM Modi in Mayurbhanj, Odisha

May 29th, 01:30 pm

Prime Minister Narendra Modi addressed an enthusiastic public meeting in Mayurbhanj, Odisha with a vision of unprecedented development and transformation for the state and the country. PM Modi emphasized the achievements of the last decade under his leadership and laid out ambitious plans for the next five years, promising continued progress and prosperity for all Indians.

The corruption of BJD leaders has devastated the farmers of Odisha: PM Modi in Balasore, Odisha

May 29th, 01:25 pm

During his second public meeting in Balasore, PM Modi highlighted the critical issues plaguing Odisha and reiterated his commitment to development and transparency. PM Modi emphasized the urgent need for change and the pivotal role of the BJP in bringing about this transformation.

PM Modi addresses public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha

May 29th, 01:00 pm

Prime Minister Narendra Modi addressed enthusiastic public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha with a vision of unprecedented development and transformation for the state and the country. PM Modi emphasized the achievements of the last decade under his leadership and laid out ambitious plans for the next five years, promising continued progress and prosperity for all Indians.