গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণ অসমীয়া অনুবাদ

October 17th, 11:10 am

গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে ২০২১ চনত লগ পোৱাৰ সময়ত সমগ্ৰ বিশ্বই ক’ৰোনাৰ অনিশ্চয়তাই আগুৰি ধৰিছিল। কৰ’নাৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব কোনেও গম পোৱা নাছিল। কিন্তু আজি বিশ্বত এক নতুন বিশ্বব্যৱস্থা গঢ় লৈ উঠিছে আৰু এই পৰিৱৰ্তিত বিশ্বব্যৱস্থাত সমগ্ৰ বিশ্বই নতুন আকাংক্ষাৰে ভাৰতৰ ফালে চাই আছে। অর্থনৈতিক সংকটেৰে আগুৰি থকা পৃথিৱীখনত ভাৰতৰ অর্থনীতি অহৰহ শক্তিশালী হৈ আছে৷ ভাৰত বিশ্বৰ শীৰ্ষ ৩ খন অৰ্থনৈতিক শক্তিৰ ভিতৰত অন্যতম হোৱাৰ দিনটোলৈ আৰু বেছি পৰ নাই। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ বাণিজ্য কেৱল সাগৰীয় পথৰ জৰিয়তেহে হয়। ক’ৰোনাৰ পিছৰ জগতখনত আজি বিশ্বক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনো। সেইবাবেই গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ এই সংস্কৰণটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ উদ্বোধন কৰে

October 17th, 10:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।

কাইলৈ আত্মনির্ভৰ ভাৰত স্বয়ংসম্পূর্ণ গোৱা আঁচনিৰ হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব প্রধানমন্ত্রীয়ে

October 22nd, 02:39 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ, ২৩ অক্টোবৰৰ বিয়লি ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে আত্মনির্ভৰ ভাৰত স্বয়ংপূর্ণ গোৱা আঁচনিৰ হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। মত বিনিয়মৰ শেষত তেওঁ ভাষণ আগবঢ়াব।

Government has approved Production Linked Incentive (PLI) Scheme for Auto Industry and Drone Industry to enhance Indias manufacturing capabilities

September 15th, 04:34 pm

Taking steps forward towards the vision of an ‘Aatmanirbhar Bharat’, Government led by Hon’ble Prime Minister, Shri Narendra Modi, has approved the PLI Scheme for Automobile Industry and Drone Industry with a budgetary outlay of ₹ 26,058 crore. The PLI scheme for the sector will incentivize high value Advanced Automotive Technology vehicles and products. It will herald a new age in higher technology, more efficient and green motive manufacturing.

২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 25th, 09:44 am

দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –

ভাৰতীয় ক্ৰিকেট দলৰ সাম্প্ৰতিক জয়ে যুৱ সমাজৰ বাবে অনুপ্ৰেৰণাৰ বাৰ্তা কঢ়িয়াই আনিছে

January 22nd, 01:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, আত্মনিৰ্ভৰ ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ পৰিবৰ্তন হ’ল আজিৰ যুৱ সমাজৰ মানসিকতা, যি সহজাত প্ৰবৃত্তি আৰু সক্ৰিয়তাৰে সৈতে সামঞ্জস্য ৰাখি চলে। শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তনত ভাষণ দিয়ে।

উত্তৰ প্ৰদেশৰ পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া ৰূপান্তৰ

October 27th, 10:35 am

কিছু দেৰী পূৰ্বে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া মই অনুভৱ কৰিলো যে সকলো সুখী হৈছে আৰু আচৰিতো হৈছো৷ পূৰ্বতে চাকৰি কৰা লোকসকলে ঋণৰ বাবে বেংকলৈ অহা-যোৱা কৰিব লাগিছিল৷ দৰিদ্ৰ লোক, পদপথৰ ব্যৱসায়ীসকলে বেংকৰ ভিতৰলৈ যোৱাৰ বিষয়ে কল্পনাও কৰিব পৰা নাছিল৷ কিন্তু আজি বেংকে নিজে তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছে৷ কোনো দৌৰা-দৌৰি নকৰাকৈ নিজৰ কাম আৰম্ভ কৰাৰ বাবে ঋণ পোৱা গৈছে৷ আপোনালোকৰ মুখত এই সন্তোষ দেখি মইও সন্তোষিত হৈছো৷ আপোনালোক সকলোকে আপোনালোকৰ কামৰ বাবে, আত্মনিৰ্ভৰ হৈ আগবাঢ়ি যোৱাৰ বাবে, উত্তৰ প্ৰদেশ আৰু দেশক আগুৱাই লৈ যোৱাৰ বাবে অনেক শুভকামনা জনাইছো৷

PM Modi interacts with beneficiaries of PM SVANidhi Scheme from Uttar Pradesh

October 27th, 10:34 am

PM Narendra Modi interacted with beneficiaries of PM SVANIDHI Yojana from Uttar Pradesh through video conferencing. The Prime Minister said for the first time since independence street vendors are getting unsecured affordable loans. He said the maximum applications of urban street vendors have come from UP.

মধ্য প্ৰদেশৰ পদপথৰ দোকানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ অসমীয়া লিখিত ৰূ

September 09th, 11:01 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ মহোদয়, ৰাজ্য মন্ত্ৰীমণ্ডলৰ অন্যান্য সদস্য, প্ৰশাসনৰ সৈতে জড়িত লোক, প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো লাভাৰ্থী আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত হোৱা মধ্য প্ৰদেশ তথা মধ্য প্ৰদেশৰ বাহিৰৰ সকলো মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

মধ্য প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীৰে প্ৰধানমন্ত্ৰীৰ ‘স্বনিধি সংবাদ’ সম্পন্

September 09th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য় প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীসকলৰ সৈতে ‘স্বনিধি সংবাদ’ত ভাগ লয়। ক’ভিড-১৯ৰদ্বাৰা প্ৰভাৱিত হোৱা পদ পথৰ দুখীয়া ব্যৱসায়ীসকলৰ জীৱিকাৰ কাম-কাজৰ পুনৰ আৰম্ভণিত সহায় কৰিবলৈ ভাৰত চৰকাৰখনে ১ জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰিছিল। মধ্য প্ৰদেশৰ ৪.৫ লাখ পদ পথৰ ব্যৱসায়ীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে ১.৪ লাখ পদ পথৰ ব্যৱসায়ীলৈ ১৪০ কোটি টকা অনুমোদন জনোৱা হৈছে।