'প্ৰযুক্তি ব্যৱহাৰ কৰি জীৱন যাপনৰ সহজতা' শীৰ্ষক পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ
February 28th, 10:05 am
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আজিৰ বাজেট ৱেবিনাৰৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। একবিংশ শতিকাৰ পৰিৱৰ্তনশীল ভাৰতে ইয়াৰ নাগৰিকসকলক প্ৰযুক্তিৰ শক্তিৰে নিৰন্তৰ শক্তিশালী কৰি আহিছে। বিগত বছৰবোৰত আমাৰ চৰকাৰৰ প্ৰতিটো বাজেটত প্ৰযুক্তিৰ সহায়ত দেশবাসীৰ জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেটতো, প্ৰযুক্তিবিদ্যা কিন্তু একে সময়তে, মানৱ স্পৰ্শও আমাৰ প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 28th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে দিহা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ ভিতৰত এইখন পঞ্চম।গুজৰাটৰ গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পাঠ
July 04th, 10:57 pm
আজিৰ অনুষ্ঠানটোৱে একবিংশ শতিকাত ভাৰত ক্ৰমান্বয়ে আধুনিক হৈ পৰাৰ আভাস কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ সন্মুখত ডিজিটেল ইণ্ডিয়া অভিযানৰ ৰূপত সমগ্ৰ মানৱতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কিমান বৈপ্লৱিক, তাৰ উদাহৰণ ভাৰতে দাঙি ধৰিছে।প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে
July 04th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত 'নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা' বিষয়বস্তুৰে ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে। অনুষ্ঠানটোত তেওঁ প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি, জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদানক সুশৃংখল কৰাৰ লক্ষ্যৰে কেইবাটাও ডিজিটেল পদক্ষেপআৰম্ভ কৰে। তেওঁ চিপ টু ষ্টাৰ্টআপ (চিআইটিইউএছ) কাৰ্যসূচীৰ অধীনত সহযোগিতা কৰা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটটোঘোষণা কৰে।বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ
January 17th, 08:31 pm
১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।PM Modi's remarks at World Economic Forum, Davos 2022
January 17th, 08:30 pm
PM Modi addressed the World Economic Forum's Davos Agenda via video conferencing. PM Modi said, The entrepreneurship spirit that Indians have, the ability to adopt new technology, can give new energy to each of our global partners. That's why this is the best time to invest in India.PM Modi's remarks at the plenary session of SCO Summit
September 17th, 12:22 pm
At the plenary session of SCO Summit, PM Modi remarked, The 20th anniversary of the SCO is a suitable occasion to think about the future of the SCO. I believe that the biggest challenges in this area are related to peace, security and trust-deficit and the root cause of these problems is increasing radicalization. Recent developments in Afghanistan have made this challenge more apparent.ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।Prime Minister apprises Floor Leaders of both Houses on the Public Health Response to the Pandemic
July 20th, 06:42 pm
Prime Minister Shri Narendra Modi interacted with floor leaders of all parties of both houses of the Parliament to keep them informed of the trajectory of COVID-19 in India and the Public Health Response to the Pandemic.ক’ৱিন গ্ল’বেল সন্মিলন ২০২১ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 05th, 03:08 pm
ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখনত প্ৰযুক্তি এক অবিচ্ছেদ্দ্য অংগ আছিল৷ সৌভাগ্যক্ৰমে, চফ্টৱেৰ এক ক্ষেত্ৰ যত সম্পদৰ কোনো ব্ধ্য-বাধকতা নাই৷ সেয়েহে আমি আমাৰ ক’ভিড অনুসৰণ আৰু অনুসৰণৰ এপ অপেন চোৰ্চ কৰিছিলো যেতিয়াই ই প্ৰযুক্তিগতভাৱে সম্ভৱপৰ হৈছিল৷ প্ৰায় ২০০ মিলিয়ন ব্যৱহাৰকাৰী সৈতে, ডেভেলপাৰ সকলৰ বাবে এই 'Aarogya Setu' এপ এক সহজেই উপলব্ধ পেকেজ আছিল৷ ভাৰতত ব্যৱহৃত হিচাপে, আপুনি নিশ্চিত থাকিব পাৰে যে এইটো বাস্তৱিক পৃথিৱীত ক্ষিপ্ৰতা আৰু বিস্তাৰৰ বাবে পৰীক্ষা কৰা হৈছে৷প্রধানমন্ত্রীয়ে কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে, ভাৰতে কোভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে মানুহৰ সুবিধার্থে কোউইন প্লেটফর্ম সকলোকে ব্যৱহাৰৰ সুযোগ কৰি দিব বিচাৰে
July 05th, 03:07 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে। কোভিড-১৯ মহামাৰী প্রতিহত কৰিবলৈ কোউইন প্লেটফর্ম ব্যৱহাৰৰ সুযোগ ভাৰতৰ উপৰিও পৃথিৱীক দিছে।ভিভা টেকৰ ৫ম সংস্কৰণ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 16th, 04:00 pm
এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷PM delivers Keynote address at the 5th edition of VivaTech
June 16th, 03:46 pm
PM Modi delivered the keynote address at the 5th edition of VivaTech. The PM said that India is home to one of the world's largest start-up eco systems. He invited the world to invest in India based on the five pillars of: Talent, Market, Capital, Eco-system and, Culture of openness.মহামাৰীৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যতে নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 11th, 02:22 pm
আপোনালোকৰ সৈতে কথা পাতি তৃণমূল পৰ্যায়ত এতিয়া কি পৰিস্থিত হৈ আছে সেই সম্পর্কে অধিক বিস্তৃতভাৱে জানিব পাৰিলো আৰু এইটো কথাও বুজি পালো যে আমি সঠিক দিশত আগুৱাই গৈছো৷ আমি একেৰাহে বৈঠকত মিলিত হোৱা, পাৰস্পৰিক মত বিনিময় তথা আলোচনা কৰা এইবোৰ অতি জৰুৰী! কাৰণ যিমানে সময় বাগৰিছে, ক’ৰোনা মহামাৰী প্ৰতিৰোধত নতুন নতুন পৰিস্থিতিৰ সৃষ্টি হৈছে৷সাম্প্ৰতিক পৰিস্থিতি আৰু মহামাৰীটো অতিক্ৰম কৰিবলৈ পৰিকল্পনা সন্দৰ্ভত আলোচনাৰ অৰ্থে মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 11th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ খন ৰাজ্য যথা অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিনিধিসকলৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সাম্প্ৰতিক পৰিস্থিতি আৰু ক’ভিড-১৯ ক অতিক্ৰম কৰিবলৈ যুগুত কৰা পৰিকল্পনা সন্দৰ্ভত আলোচনাৰ অৰ্থে বৈঠকত ভাগ লয়। কৰ্ণাটকক ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰে।Prime Minister Narendra Modi chairs review meeting on various development projects in Varanasi
June 19th, 04:01 pm
PM Modi chaired a review meeting through video conferencing on various development projects in Varanasi. The presentation highlighted the progress made in the Kashi Vishwanath Mandir complex by using a drone video of the lay out. The efforts undertaken on effective management of COVID were also discussed.PM's initial remarks in the Virtual Conference with Chief Ministers
June 17th, 04:06 pm
PM Modi interacted with state Chief Ministers on ways to check the spread of coronavirus during ‘unlock 1.0’. He noted that the number of patients who have recovered from COVID-19 till now is more than the number of active cases in the country.PM holds second part of interaction with CMs to discuss situation post Unlock 1.0
June 17th, 04:00 pm
PM Modi interacted with state Chief Ministers on ways to check the spread of coronavirus during ‘unlock 1.0’. He noted that the number of patients who have recovered from COVID-19 till now is more than the number of active cases in the country.PM interacts with CMs to plan ahead for tackling COVID-19
April 27th, 01:54 pm
Prime Minister Shri Narendra Modi today interacted with Chief Ministers of states via video conferencing to discuss the emerging situation and plan ahead for tackling the COVID-19 pandemic. This was the fourth such interaction of the Prime Minister with the Chief Ministers, the earlier ones had been held on 20th March, 2nd April and 11th April, 2020.