Today, we champion the Act East Policy, driving forward the region's development: PM Modi in Agartala
April 17th, 05:22 pm
In Agartala, Tripura, Prime Minister Narendra Modi electrified the crowd ahead of the 2024 Lok Sabha Elections. With unwavering zeal, he unveiled the Viksit vision for the North East, promising growth encapsulated in BJP’s Sankalp Patra. Emphasizing the region's integral role in the nation, PM Modi reaffirmed the commitment to uplift the North East, resonating deeply with the people of Tripura.PM Modi addresses a dynamic crowd at a public meeting in Agartala, Tripura
April 17th, 01:45 pm
In Agartala, Tripura, Prime Minister Narendra Modi electrified the crowd ahead of the 2024 Lok Sabha Elections. With unwavering zeal, he unveiled the Viksit vision for the North East, promising growth encapsulated in BJP’s Sankalp Patra. Emphasizing the region's integral role in the nation, PM Modi reaffirmed the commitment to uplift the North East, resonating deeply with the people of Tripura.Our Sankalp Patra is a reflection of the young aspirations of Yuva Bharat: PM Modi at BJP HQ
April 14th, 09:02 am
Releasing the BJP Sankalp Patra at Party headquarters today, PM Modi stated, The entire nation eagerly awaits the BJP's manifesto. There is a significant reason for this. Over the past 10 years, the BJP has implemented every point of its manifesto as a guarantee. The BJP has once again demonstrated the integrity of its manifesto. Our Sankalp Patra empowers 4 strong pillars of developed India - Youth, women, poor and farmers.”PM Modi delivers key address during BJP Sankalp Patra Release at Party HQ
April 14th, 09:01 am
Releasing the BJP Sankalp Patra at Party headquarters today, PM Modi stated, The entire nation eagerly awaits the BJP's manifesto. There is a significant reason for this. Over the past 10 years, the BJP has implemented every point of its manifesto as a guarantee. The BJP has once again demonstrated the integrity of its manifesto. Our Sankalp Patra empowers 4 strong pillars of developed India - Youth, women, poor and farmers.”Congress-DMK has deprived the SC-ST-OBC for decades: PM Modi in Mettupalayam
April 10th, 03:00 pm
Addressing a rally in Mettupalayam, Prime Minister Narendra Modi said, “Congress-DMK has deprived the SC-ST-OBC for decades”. He added that the I.N.D.I have never trusted the potential of the people of India. He said that even during the COVID pandemic, India’s MSMEs were provided with support of more than Rs. 2 lakh crores.Massive crowd support in Vellore & Mettupalayam as PM Modi addresses two public meetings in Tamil Nadu
April 10th, 10:30 am
Ahead of the Lok Sabha elections, Prime Minister Narendra Modi was accorded a warm welcome by the massive crowd support in Vellore and Mettupalayam as he addressed two public meetings in Tamil Nadu. He said, I bow down to the history, mythology, and bravery of Vellore. He added, Vellore created a pivotal revolution against the British, and presently, its robust support for the N.D.A. showcases the spirit of 'Fir ek Baar Modi Sarkar'.নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 27th, 10:56 am
ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ (আইএমচি) সপ্তম সংস্কৰণ
October 27th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ই ২৭ ৰ পৰা ২৯ অক্টোবৰ ২০২৩ লৈ 'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন '৫জি ইউজ কেছ লেব' প্ৰদান কৰে।Prime Minister reiterates commitment to bring cutting-edge technology to every corner of the nation
August 02nd, 11:46 pm
PM Modi has reiterated the commitment to bring cutting-edge technology to every corner of the nation and said that the successful installation of over 3 lakh 5G sites across several districts signifies a landmark achievement in our technological journey. He said, This rapid 5G rollout underscores our commitment to bring cutting-edge technology to every corner of the nation, transforming lives and catalyzing progress.মহাৰাষ্ট্ৰৰ পুণেত বিভিন্ন প্ৰকল্প প্ৰতিষ্ঠা আৰু উদ্বোধনৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 01st, 02:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ জী আৰু অজিত পাৱাৰ জী, দিলীপ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ভাতৃ-ভগ্নীসকল!মহাৰাষ্ট্ৰৰ পুনেত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
August 01st, 01:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে মেট্ৰ’ লাইনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশ উদ্বোধন কৰাৰ লগতে মেট্ৰ’ ৰে’লৰ শুভাৰম্ভ কৰে। লগতে পিমপ্ৰি চিঞ্চৱাড় পৌৰ নিগমে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ১,২৮০টাতকৈও অধিক ঘৰ আৰু পুনে পৌৰ নিগমে নিৰ্মাণ কৰা ২,৬৫০টাতকৈও অধিক পিএমএৱাই আবাস হিতাধিকাৰীক অৰ্পণ কৰে। তেওঁ পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰ আৰু পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰিবলগীয়া ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে প্রায় ৩০০ কোটি টকা ব্যয়েৰে বিকাশ সাধন কৰা পিচিএমচিৰ অধীনত এটা আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্লাণ্টো উদ্বোধন কৰে৷বিশ্ব পৰিৱেশ দিৱস, ২০২৩ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
June 05th, 03:00 pm
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে, দেশ তথা বিশ্বৰ জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ এই বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ অভিযান৷ মই সুখী অনুভৱ কৰিছো যে যিটো কথা বিশ্বই আজি কৰিছে, সেই দিশত ভাৰতে বিগচ ৪-৫ বছৰৰ পৰা একেৰাহে কৰি আছে৷ ২০১৮ চনতে ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে দুটা পৰ্যায়ত কাম আৰম্ভ কৰিছিল৷ আমি এফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছো আৰু আনফালে প্লাষ্টিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণক বাধ্যাতামুলক কৰিছো৷ সেইবাবে ভাৰতত প্ৰায় ৩০লাখ টন প্লাষ্টিক পেকেজিংৰ ৰিচাক্লিং বাধ্যতামুলক হৈছে৷ এয়া ভাৰতত উৎপাদন হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৭৫%৷ বৰ্তমান ইয়াৰ আওতাত প্ৰায় ১০হাজাৰ উৎপাদক, আমদানিকাৰক আৰু ব্ৰেণ্ডৰ স্বত্তাধিকাৰী আছিল৷বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বৈঠক
June 05th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভাষণ আগবঢ়ায়৷তিৰুৱনন্তপুৰমত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু লোকাৰ্পণ অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 25th, 11:50 am
কেৰালাৰ ৰাজ্যপাল শ্ৰীমান আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰীমান পিনাৰাই বিজয়ন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, কেৰালা চৰকাৰৰ মন্ত্ৰীগণ, স্থানীয় সাংসদ ভাই শশী থাৰুৰ জী, ইয়াত উপস্থিত অন্য মহানুভৱ, আৰু কেৰালাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। কেইদিনমানৰ আগতেহে মালয়ালী নৱবৰ্ষ আৰম্ভ হৈছে। আপোনালোকে বহুত উৎসাহ আৰু উদ্যমেৰে বিষু উৎসৱ পালন কৰিছে। মই এবাৰ আকৌ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো। মোৰ বহুত আনন্দ লাগিছে যে উল্লাসৰ এই পৰিৱেশত মোৰ কেৰালাৰ বিকাশৰ উৎসৱৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ হৈছে। আজি কেৰালাই নিজৰ প্ৰথম বন্দে ভাৰত ট্ৰেইন পাইছে। আজি কোচিয়ে পাৱাৰ মেট্ৰোৰ নতুন উপহাৰ পাইছে, ৰে'লৱেৰ সৈতে জড়িত একাধিক প্ৰজেক্ট পাইছে। কানেক্টিভিটীৰ লগতে আজি কেৰালাৰ বিকাশৰ সৈতে জড়িত আৰু প্ৰজেক্টৰ লোকাৰ্পণ আৰু শিলান্যাস হৈছে। বিকাশৰ এই সকলো প্ৰজেক্টৰ বাবে কেৰালাৰ জনসাধাৰণক বহুত বহুত অভিনন্দন।প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিৰুৱন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত ৩২০০ কোটি টকাৰ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
April 25th, 11:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত ৩২০০ কোটি টকাৰ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দেশলৈ কোচি ৱাটাৰ মেট্ৰ' উৎসৰ্গা কৰা, বিভিন্ন ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা আৰু তিৰুৱন্তপুৰমৰ ডিজিটেল বিজ্ঞান উদ্যান। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে তিৰুৱন্তপুৰম আৰু কাছাৰগোডৰ মাজত কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।India has immense potential to become a great knowledge economy in the world: PM Modi
October 19th, 12:36 pm
The Prime Minister, Shri Narendra Modi launched Mission Schools of Excellence at Trimandir, Adalaj, Gujarat today. The Mission has been conceived with a total outlay of 10,000 Crores. During the event at Trimandir, the Prime Minister also launched projects worth around Rs 4260 crores. The Mission will help strengthen education infrastructure in Gujarat by setting up new classrooms, smart classrooms, computer labs and overall upgradation of the infrastructure of schools in the State.PM launches Mission Schools of Excellence at Trimandir, Adalaj, Gujarat
October 19th, 12:33 pm
The Prime Minister, Shri Narendra Modi launched Mission Schools of Excellence at Trimandir, Adalaj, Gujarat today. The Mission has been conceived with a total outlay of 10,000 Crores. During the event at Trimandir, the Prime Minister also launched projects worth around Rs 4260 crores. The Mission will help strengthen education infrastructure in Gujarat by setting up new classrooms, smart classrooms, computer labs and overall upgradation of the infrastructure of schools in the State.প্রধানমন্ত্রীৰ সৈতে কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ বৈঠক
September 23rd, 07:51 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ সৈতে বৈঠক কৰিছে।