প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে
September 16th, 11:30 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat
September 16th, 11:11 am
Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.