In the next 5 years, both Maharashtra and Haryana will reach new heights: PM Modi

October 24th, 07:40 pm

PM Modi addressed BJP karyakartas at the party headquarters in Delhi today. He said, “Even before Diwali, the way people of Haryana and Maharashtra have put their faith in BJP, I want to thank them from the core of my heart.”

দিল্লীত বিজেপিৰ কাৰ্যালয়ত কৰ্মকৰ্তাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

October 24th, 07:38 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাক সম্বোধন কৰে৷ তেওঁ কয়, ‘দিৱালীৰ পূ্ৰ্বে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণে বিজেপিৰ প্ৰতি যি আস্থা প্ৰকাশ কৰিলে, তাৰ বাবে মই মোৰ অন্তৰৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছো৷’

কাইলৈ মনোৰমা নিউজ কনক্লেভ, ২০১৯ত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

August 29th, 06:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ৩০ আগষ্ট, ২০১৯ত ভিডিঅ’ কনফাৰেন্সিংযোগে মনোৰমা নিউজ কনক্লেভ, ২০১৯ত ভাষণ আগবঢ়াব৷ মালয়ালা মনোৰমা কোম্পানী লিমিটেডৰ দ্বাৰা আয়োজিত এই সমাৰোহ কোচিত অনুষ্ঠিত হ’ব৷

প্ৰগতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

July 31st, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সক্ৰিয় প্ৰশাসন আৰু সময়ানুৱৰ্তী ৰূপায়ণৰ বাবে আইচিটিভিত্তিক বহু আৰ্হিৰ মঞ্চ-প্ৰগতিৰ ৩০সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷

Shri Modi takes oath as the Prime Minister

May 30th, 06:34 pm

Shri Narendra Modi took oath as the Prime Minister of India, marking the start of his second term as the PM.

Stage set for PM's oath ceremony

May 30th, 04:26 pm

Stage is all set for the Prime Minister's oath ceremony at the forecourt of the Rashtrapati Bhavan.

নতুন ভাৰতৰ বাবে এই বাজেটে দেশবাসীক আৰু উজ্জীৱিত কৰিব বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

February 01st, 04:57 pm

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত উত্থাপন কৰা বাজেটৰ ভূয়সী প্ৰশংসা কৰি কয় যেন নতুন ভাৰতৰ বাবে এই বাজেটে সমগ্ৰ দেশবাসীক উজ্জীৱিত কৰিব৷ ২০১৯-২০ বৰ্ষৰ অন্তৱর্তীকালীন বাজেট উত্থাপন কৰাৰ পাছত একাধিক টুইট বার্তাৰ লগতে এক বিবৃতিত প্ৰধানমন্ত্রীয়ে কয় যে ১২ কোটিৰ অধিক কৃষক আৰু তেওঁলোকৰ পৰিয়াল, ৩ কোটিতকৈ অধিক মধ্যবিত্ত শ্রেণীৰ কৰদাতা তথা তেওঁলোকৰ পৰিয়ালকে ধৰি ৩০-৪০ কোটি শ্ৰমজীৱি লোক নতুন ভাৰতৰ বাবে বাজেটৰ জৰিয়তে ধন্য হ’ব৷