এছিয়ান পেৰা গেমছত পদক বিজয়ী এথলীটসকলক সম্বৰ্ধনা প্ৰধানমন্ত্ৰী মোদীৰ
October 16th, 05:34 pm
এছিয়ান পেৰা গেমছত পদক বিজয়ী এথলীটসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে৷PM to attend Destination Uttarakhand: Investors’ Summit 2018 on October 7th
October 06th, 06:55 pm
The Prime Minister, Shri Narendra Modi, will attend Destination Uttarakhand: Investors Summit 2018, in Dehradun on October 7th, 2018.Fourth BIMSTEC Summit Declaration, Kathmandu, Nepal (August 30-31, 2018)
August 31st, 12:40 pm
PM’s bilateral meetings on sidelines of BIMSTEC Summit in Kathmandu, Nepal
August 30th, 06:31 pm
PM Narendra Modi held bilateral meetings on the margins of the ongoing BIMSTEC Summit in Kathmandu, Nepal.নেপালৰ কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
August 30th, 05:28 pm
সৰ্বপ্ৰথমে মই এই চতুর্থ বিমষ্টেক সন্মিলনৰ আয়োজক দেশ নেপালে এই সন্মিলনৰ সফল আয়োজন কৰাৰ বাবে নেপাল চৰকাৰ আৰু প্রধানমন্ত্রী অ’লীৰ প্রতি আন্তৰিক কৃতজ্ঞতা জনাইছো। যদিও এয়া মোৰ বাবে প্রথম বিমষ্টেক সন্মিলন, কিন্তু ২০০৬ চনত গোৱাত আয়োজিত ব্রিক্ছ সন্মিলনৰ সৈতে বিমষ্টেক ৰিট্রিট অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। গোৱাত আমি যি কার্যসূচী প্ৰস্তুত কৰিছিলো, সেই অনুসৰি দলসমূহে প্রশংসনীয়ভাবে পৰৱর্তী পদক্ষেপ আগবঢ়াই নিছে।পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 27th, 08:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছৰ পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে৷পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ জয়ী সৌৰভ চৌধাৰীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 21st, 06:25 pm
ইণ্ডোনেছিয়াৰ জাকাৰ্টা-পালেমবাঙত অনুষ্টিত অষ্টাদশ এছিয়ান গেমছ, ২০১৮ত পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ জয় কৰা সৌৰভ চৌধাৰীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।Social Media Corner 30 April 2018
April 30th, 07:41 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner 31 March 2018
March 31st, 07:40 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Budget is farmer friendly, common citizen friendly, business environment friendly and development friendly: PM
February 01st, 02:00 pm
Expressing his views on the New India Budget’ today, PM Modi said that it devoted attention to all sectors, ranging from agriculture to infrastructure. Terming the Budget to be “farmer friendly, common citizen friendly, business environment friendly and development friendly”, he said it would add to “Ease of Living.”চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 জানুৱাৰী 2018
January 26th, 07:28 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!People to people connectivity have been the foundation of our close ties for hundreds of years: PM at ASEAN Plenary Session
January 25th, 06:08 pm
While addressing the plenary session of ASEAN-India commemorative summit, PM Modi said, India shares the ASEAN vision for the rule based societies and values of peace. We are committed to work with ASEAN nations to enhance collaboration in the maritime domain.এচিয়ানৰ পূৰ্ণ অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
January 25th, 06:04 pm
এচিয়ান ভাৰত স্মাৰক সমাৰোহৰ পূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু এচিয়ানে সামাজিক মূল্যবোধ আৰু শান্তিৰ এক উমৈহতীয়া লক্ষ্যৰ ভিত্তিত মানি চলে।আমি সামূদ্ৰিক ক্ষেত্ৰতো এচিয়ান দেশসমূহৰ লগত সহযোগিতা উন্নত কৰাৰ দিশে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।”Social Media Corner 1 January 2018
January 01st, 07:46 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!