The fervour generated by the Chandrayaan success needs to be channelled into Shakti: PM Modi
August 26th, 01:18 pm
PM Modi arrived to a grand welcome in Delhi. Responding to the warm civic reception, the Prime Minister expressed his gratitude for the enthusiasm of the people for the success of the Chandrayaan-3. He said that India is creating a new impact on the basis of its achievement and successes and the world is taking note.দিল্লীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ভব্য আদৰণি বৃহৎ সংখ্যক জনতাৰ
August 26th, 12:33 pm
দিল্লীত এক বৃহৎ আদৰণি অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী৷ চন্দ্ৰযান-৩এ চন্দ্ৰত সফল অৱতৰণৰ পিছত ইছৰোৰ দলৰ সৈতে মত বিনিময় কৰি আজি বেংগালুৰুৰ পৰা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ ৪দিনীয়া ভ্ৰমণ সামৰি পোনে পোনে বেংগালুৰুলৈ যায় প্ৰধানমন্ত্ৰী৷ এই উপলক্ষে জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ সফল ভ্ৰমণ আৰু ভাৰতীয় বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনায়।India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।Prime Minister’s participation in the BRICS-Africa Outreach and BRICS Plus Dialogue
August 25th, 12:12 am
PM Modi participated in the BRICS-Africa Outreach and BRICS Plus Dialogue, on 24 August, 2023 in Johannesburg. During his intervention, PM Modi called for the BRICS to be the voice of the Global South. He called for further cooperation to strengthen multi-polar world and emphasised the need to reform the global institutions to keep them representative and relevant. He urged the leaders for cooperation in the domains of counter-terrorism, environment conservation, climate action, cybersecurity, food & health security and resilient supply chains.মোজাম্বিকৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ২৪ আগষ্ট, ২০২৩ত জোহান্সবাৰ্গত মোজাম্বিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি ফিলিপে জেচিণ্টো নিউছিৰ সৈতে বৈঠকত মিলিত হয়৷দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিশিষ্ট জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ আগষ্টত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিখ্যাত জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালক সাক্ষাৎ কৰে।প্ৰসিদ্ধ ৰকেট বিজ্ঞানী আৰু গেলেক্টিক এনাৰ্জি ভেঞ্চাৰ্ছৰ প্ৰতিষ্ঠাপক শ্ৰীযুত চিয়াবুলেলা জুজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত জোহান্সবাৰ্গত প্ৰসিদ্ধ ৰকেট বিজ্ঞানী আৰু গেলেক্টিক এনাৰ্জি ভেঞ্চাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা সঞ্চালক শ্ৰী চিয়াবুলেলা জুজাক সাক্ষাৎ কৰে।Prime Minister Narendra Modi’s meeting with Prime Minister of the Republic of Ethiopia
August 24th, 11:27 pm
PM Modi met H.E. Dr. Abiy Ahmed Ali, Prime Minister of the Republic of Ethiopia, in Johannesburg on the sidelines of the 15th BRICS Summit. Both leaders held productive discussions on key areas including development partnership & capacity building among various others. PM Modi congratulated PM Abiy Ahmed on Ethiopia’s membership of BRICS and appreciated PM Abiy Ahmed for his participation in the Voice of Global South Summit.‘চেনেগাল গণৰাজ্য’ৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:26 pm
জোহান্সবাৰ্গত অনুষ্ঠিত পঞ্চদশ ব্ৰিকছ সন্মিলনৰ মাজতে, ২৪ আগষ্ট ২০২৩ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেনেগাল গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী মেকি চালক সাক্ষাৎ কৰে।ইৰাণৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ ছেইয়দ ইব্ৰাহিম ৰাইছীয়ে ২৪ আগষ্ট, ২০২৩ত জোহান্সবাৰ্গত পঞ্চদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে বৈঠকত মিলিত হয়৷ব্ৰিকছ-আফ্ৰিকা আউটৰিচ আৰু ব্ৰিকছ প্লাছ আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 02:38 pm
আফ্ৰিকা ভূমিত থকা মোৰ সকলো বন্ধুৰ মাজত উপস্থিত হৈ মই আনন্দিত।ব্ৰিকছ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য
August 24th, 01:32 pm
প্ৰথমতে, এই ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি, মোৰ বন্ধু ৰামাফোচাজীক অভিনন্দন জনাইছো।Prime Minister’s participation in the 15th BRICS Summit
August 23rd, 08:57 pm
Prime Minister Shri Narendra Modi participated in the 15th BRICS Summit held under South Africa’s chairship, in Johannesburg on 23 August 2023.‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 23rd, 03:30 pm
‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী
August 23rd, 03:05 pm
দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে প্ৰতিৰক্ষা, কৃষি, বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।Prime Minister participates in the BRICS Leaders Retreat Meeting
August 22nd, 11:58 pm
PM Modi participated in the BRICS Leaders Retreat at the Summer Place in Johannesburg. The Retreat which took place in closed format, was an opportunity for the leaders to discuss global developments and ways for leveraging the BRICS platform to find solutions to global challenges.