PM Modi's Interview with KUNA
December 21st, 09:55 pm
In an interview with KUNA, Prime Minister Narendra Modi emphasised India's growing global influence. During his Kuwait visit, he highlighted trade, energy partnerships, soft power and economic growth. He advocated bilateral cooperation, global sustainability and India's role as a voice for the Global South.হিন্দুস্তানৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ
May 31st, 08:00 am
‘হিন্দুস্তান’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে চলিত নিৰ্বাচনকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰে। নেতিবাচক ৰাজনীতিত বিশ্বাসী দলসমূহক দেশৰ জনসাধাৰণে নাকচ কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। আজি ভোটাৰে একবিংশ শতিকাৰ ৰাজনীতি চাব বিচাৰিছে। ‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিষয়ত ঐকমত্যৰে আগবাঢ়ি যোৱা উচিত।অপেন মেগাজিনৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ
May 29th, 05:03 pm
অপেন মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দহ বছৰত তেওঁৰ চৰকাৰৰ সাফল্য, ভাৰতৰ ভৱিষ্যতৰ বাবে তেওঁৰ দৃষ্টিভংগী কি, দেশখনক কিয় এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজন, ইত্যাদি বহু কথাৰ বিষয়ে কয়।ৰিপাব্লিক বাংলাৰ ময়ূখ ৰঞ্জন ঘোষৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ
May 28th, 09:50 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক বাংলাক দিয়া এক সাক্ষাৎকাৰত একাধিক বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায়।চিএনএন নিউজ১৮ৰ পল্লৱ ঘোষৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ
May 28th, 09:15 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিএনএন নিউজ১৮ক দিয়া এক সাক্ষাৎকাৰত একাধিক বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায়।এবিপি নিউজৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ
May 28th, 09:03 pm
এবিপি নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত লোকসভা নিৰ্বাচনৰ বিষয়ে গভীৰভাৱে আলোচনা কৰি বিজেপি নেতৃত্বাধীন এনডিএৰ নীতিগত শাসন আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিৰোধীৰ সুবিধাবাদী আৰু তুষ্টিকৰণ ৰাজনীতিৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱন আৰু মূল্যবোধ গঢ় দিয়াত বংগ আৰু ৰামকৃষ্ণ মিছনে যি গভীৰ প্ৰভাৱ পেলাইছে, সেই বিষয়েও তেওঁৰ অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে।নিউজ নেচনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ
May 28th, 08:39 pm
নিউজ নেচনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতৃত্বাধীন এন ডি এৰ উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চলিত লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে। তেওঁ ভাৰতীয় মিত্ৰজোঁটক সমালোচনা কৰি ইয়াক সাম্প্ৰদায়িক, জাতিবাদী, আৰু স্বজন তোষনেৰে ভৰা বুলি অভিহিত কৰে।'অজিত সমাচাৰ'ৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ
May 28th, 11:59 am
‘অজিত সমাচাৰ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ কয় যে ৪ জুনত এনডিএ মিত্ৰজোঁটে ঐতিহাসিক কাৰ্যভাৰ অৰ্জন কৰিব। সমগ্ৰ দেশে তৃতীয়বাৰৰ বাবে এনডিএক ক্ষমতালৈ অনাৰ সিদ্ধান্ত লৈছে। পঞ্জাৱত দুৰ্নীতি আৰু ড্ৰাগছৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত পঞ্জাবক শক্তিশালী, সুৰক্ষিত, সেউজীয়া আৰু সামগ্ৰিকভাৱে উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।এএনআই নিউজৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ
May 28th, 10:00 am
এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত লোকসভা নিৰ্বাচন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। ধৰ্মভিত্তিক সংৰক্ষণৰ প্ৰসাৰৰ বাবে বিৰোধী দলক সমালোচনা কৰি তেওঁ জম্মু-কাশ্মীৰত কেইটামান প্ৰভাৱশালী পৰিয়ালে নিজৰ স্বাৰ্থৰ বাবে ৩৭০অনুচ্ছেদক কেনেদৰে শোষণ কৰিছিল সেই বিষয়ে আলোকপাত কৰে।তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ওড়িশা আৰু পশ্চিমবংগৰ বাবে বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।আইএনএছৰে প্ৰধানমন্ত্ৰীত মোদীৰ সাক্ষাৎকাৰ
May 27th, 02:51 pm
চলিত লোকসভা নিৰ্বাচন সন্দৰ্ভত আইএনএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতিৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি, নীতি-নিৰ্ধাৰিত শাসন ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁ চৰকাৰী আঁচনিসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই পদ্ধতিয়ে দুৰ্নীতিমুক্ত শাসন ব্যৱস্থা, সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতা নিশ্চিত কৰে।