২০২৪-২৫ বৰ্ষত ‘ৱেজ এণ্ড মিনছ এডভান্স’-ক ‘ইকুইটী’লৈ ৰূপান্তৰ কৰি ‘ভাৰতীয় খাদ্য নিগম’ত ১০,৭০০ কোটি টকাৰ ‘ইকুইটী’ প্ৰদানৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে কেবিনেটে

November 06th, 03:15 pm