কেবিনেটে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি -"ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী"ত ৪৮০০ কোটি টকাৰ বিত্তীয় আৱণ্টনৰ অনুমোদন জনাইছে February 15th, 03:51 pm