ব্যস্ততাপূৰ্ণ কৰ্মসূচী আৰু আসীন জীৱনশৈলীৰ প্ৰত্যাহ্বানৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কৰ্মক্ষেত্ৰত বিৰতিৰ সময়ত যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়ুষ মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰে। ইয়াত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে যোগৰ ক্ষেত্ৰত গণ অংশগ্ৰহণক প্ৰেৰণা যোগাবলৈ “ৱাই-ব্ৰেক” যোগৰ এটা এক-মিনিটৰ ভিডিঅ’ মুকলি কৰিছে। বিশেষকৈ কৰ্প’ৰেট কৰ্মক্ষেত্ৰ আৰু কৰ্মপ্ৰেমীসকলৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনৰ টুইটটো শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“ব্যস্ততাপূৰ্ণ কৰ্মসূচী আৰু আসীন জীৱনশৈলীয়ে একাধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। কৰ্মক্ষেত্ৰতো যোগাভ্যাস সুস্থ হৈ থকাৰ উত্তম উপায়।”

  • Karan Singh March 30, 2023

    *श्री रामनवमी की हार्दिक शुभकामनाएं।* 🪔 प्रभु श्री राम जी आपके पूरे परिवार में सुख, समृद्धि और खुशहाली लाएं।
  • Umakant Mishra March 16, 2023

    namo namo
  • Ranjeet Kumar March 16, 2023

    man ki baat
  • Ranjeet Kumar March 16, 2023

    man ki baat
  • Ranjeet Kumar March 16, 2023

    man ki baat
  • Ranjeet Kumar March 16, 2023

    man ki baat
  • Tribhuwan Kumar Tiwari March 16, 2023

    वंदेमातरम सादर प्रणाम सर
  • Jagmeet Singh March 16, 2023

    WOW 😊😊🙏🙏💕
  • Babaji Namdeo Palve March 16, 2023

    Jai Hind Jai Bharat Bharat Mata Kee Jai
  • Argha Pratim Roy March 16, 2023

    JAY HIND ⚔ JAY BHARAT 🇮🇳 ONE COUNTRY 🇮🇳 1⃣ NATION🛡 JAY HINDU 🙏 JAY HINDUSTAN ⚔️
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's Q3 GDP grows at 6.2%, FY25 forecast revised to 6.5%: Govt

Media Coverage

India's Q3 GDP grows at 6.2%, FY25 forecast revised to 6.5%: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মাৰ্চ 2025
March 01, 2025

PM Modi's Efforts Accelerating India’s Growth and Recognition Globally