প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ এপ্ৰিল, ২০২১ৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে কয়, “এক নতুন পদ্ধতি, এক বিস্তৃত বিষয়ৰ লগতে আমোদজনক প্ৰশ্ন আৰু আমাৰ সাহসী #ExamWarriors, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মনোগ্ৰাহী আলোচনা অনুষ্ঠিত হ’ব৷”
৭ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত উপভোগ কৰক ‘পৰীক্ষা পে চৰ্চা,…
#PPC2021"
A new format, several interesting questions on a wide range of subjects and a memorable discussion with our brave #ExamWarriors, parents and teachers.
— Narendra Modi (@narendramodi) April 5, 2021
Watch ‘Pariksha Pe Charcha’ at 7 PM on 7th April...#PPC2021 pic.twitter.com/5CzngCQWwD