প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় গণতন্ত্ৰৰ সুদৃঢ় ভেটি স্থাপনৰ ক্ষেত্ৰত ড° প্ৰসাদজীৰ অমূল্য অৱদানৰ তেওঁ শলাগ লয়।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
“দেশৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদজীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সংবিধান সভাৰ অধ্যক্ষ হিচাপে তেওঁ ভাৰতীয় গণতন্ত্ৰৰ সুদৃঢ় ভেটি স্থাপনত অমূল্য অৱদান আগবঢ়াইছিল। আজি আমি যেতিয়া সকলো দেশবাসীয়ে সংবিধানৰ ৭৫ বছৰ উদযাপন কৰি আছো, তেতিয়া তেওঁৰ জীৱন আৰু আদৰ্শ আৰু অধিক প্ৰেৰণাদায়ক হৈ পৰে।”
देश के प्रथम राष्ट्रपति भारत रत्न डॉ. राजेन्द्र प्रसाद जी को उनकी जन्म-जयंती पर आदरपूर्ण श्रद्धांजलि। संविधान सभा के अध्यक्ष के रूप में भारतीय लोकतंत्र की सशक्त नींव रखने में उन्होंने अमूल्य योगदान दिया। आज जब हम सभी देशवासी संविधान के 75 वर्ष का उत्सव मना रहे हैं, तब उनका जीवन… pic.twitter.com/ZFyYucqFgv
— Narendra Modi (@narendramodi) December 3, 2024