Quoteপশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে
Quoteপ্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কোনো ৰূপ আৰু প্ৰকাশতে সন্ত্ৰাসবাদৰ কোনো স্থান নাই
Quoteআঞ্চলিক তীব্ৰতা বৃদ্ধি ৰোধ কৰা আৰু সকলো পণবন্দীক নিৰাপদে মুক্তি দিয়াৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে
Quoteপ্ৰধানমন্ত্ৰীয়ে কয় যে শান্তি আৰু সুস্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰ কৰিবলৈ ভাৰত সাজু হৈ আছে
Quoteদুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে ৰোছ হাছানাহ উপলক্ষে প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু বিশ্বৰ ইহুদী জনসাধাৰণক শুভেচ্ছা জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বেঞ্জামিন নেতান্যাহুৰ এটা টেলিফোন কল ৰিচিভ কৰে।

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কোনো ৰূপ বা প্ৰকাশতে সন্ত্ৰাসবাদৰ কোনো স্থান নাই। প্ৰধানমন্ত্ৰীয়ে লগতে আঞ্চলিক তীব্ৰতা বৃদ্ধি ৰোধ আৰু সকলো পণবন্দীক নিৰাপদে মুক্তিৰ বাবে কাম কৰাৰ অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

শান্তি আৰু সুস্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ বাবে ভাৰত সাজু হৈ আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও দ্বিপাক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে ৰোছ হাছানাহ উপলক্ষে প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু বিশ্বৰ ইহুদী জনসাধাৰণক শুভেচ্ছাও জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।

 

  • HANUMAN RAM November 29, 2024

    Swachh Bharat
  • Parmod Kumar November 28, 2024

    Jai shree Ram
  • Amit Choudhary November 20, 2024

    Jai hind jai Bharat modi ji ki jai ho
  • ram Sagar pandey November 07, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹जय माता दी 🚩🙏🙏
  • Avdhesh Saraswat November 02, 2024

    HAR BAAR MODI SARKAR
  • Chandrabhushan Mishra Sonbhadra November 02, 2024

    jay Shri Ram
  • Chandrabhushan Mishra Sonbhadra November 02, 2024

    jay shree Ram
  • Raghavendra singh yadav October 27, 2024

    1
  • Preetam Gupta Raja October 24, 2024

    जय श्री राम
  • रामभाऊ झांबरे October 23, 2024

    1
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman

Media Coverage

Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2025
March 09, 2025

Appreciation for PM Modi’s Efforts Ensuring More Opportunities for All