প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী পৰিষদত প্ৰথমবাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাসকলৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“মন্ত্ৰী পৰিষদত প্ৰথমবাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাসকলৰ সৈতেমিলিত হওঁ। ইয়াত মন্ত্ৰী হিচাপে যাত্ৰাৰ প্ৰাৰম্ভতে তেওঁলোকৰ অভিজ্ঞতা আৰু চিন্তাৰাজিৰ কথা শুনোঁ। লগতে, তৃণমূল পৰ্য্যায়ত শাসন ব্যৱস্থাক অধিক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কেও আলোচনা কৰা হয়।”

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Ayurveda Tourism: India’s Ancient Science Finds a Modern Global Audience

Media Coverage

Ayurveda Tourism: India’s Ancient Science Finds a Modern Global Audience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
May 06, 2025

অহা ২৫ মে', দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

তলৰ মন্তব্য শিতানত আপোনাৰ ইনপুট শ্বেয়াৰ কৰক।