প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘সকলোকে লোহৰীৰ শুভকামনা জনাইছো।
এই শুভ ক্ষণত মই সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰিছো। এই বিশেষ দিনটোৱে আমাৰ সমাজত ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিব।’
Wishing you all a Happy Lohri.
— Narendra Modi (@narendramodi) January 13, 2022
I pray for everyone’s good health and well-being. May this special day further the spirit of brotherhood in our society. pic.twitter.com/8a95q4EfMD