ৰাখী বন্ধনৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"ৰাখী বন্ধনৰ পৱিত্ৰ উপলক্ষত প্ৰতিজন দেশবাসীক জনালো অলেখ শুভকামনা।"
सभी देशवासियों को रक्षाबंधन के पावन पर्व पर ढेरों शुभकामनाएं।
— Narendra Modi (@narendramodi) August 22, 2021