পাৰ্ছীসকলৰ নৱবৰ্ষ, ‘নৱৰোজ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভ কামনা জ্ঞাপন কৰিছে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“পাৰ্ছী নৱবৰ্ষৰ শুভ কামনা জনালো। আনন্দ, সমৃদ্ধি আৰু সু-স্বাস্থ্যৰ কামনাৰে প্ৰাৰ্থনা জনাইছো। পাৰ্ছীসকলে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা ভাৰতে সদায়ে সোঁৱৰণ কৰি যাব।
‘নৱৰোজ মোবাৰক”!
Parsi New Year greetings. Praying for a year filled with happiness, prosperity and good health. India cherishes the outstanding contributions of the Parsi community across different sectors.
— Narendra Modi (@narendramodi) August 16, 2021
Navroz Mubarak!