প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰৰ মুৰব্বী হিচাপে ৰাজহুৱা সেৱাৰ ২০ বছৰ সম্পূৰ্ণ কৰিলে। ছ’চিয়েল মিডিয়াত কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, দলীয় কাৰ্য্যকৰ্তাসকলৰপৰা প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগীসকললৈকে সমাজৰ সৰ্বস্তৰৰ লোকে ঘটনাপ্ৰৱাহক স্মৰণ কৰিছে। 

#20YearsOfSevaSamarpan আছিল সমগ্ৰ দিনটোত ছ’চিয়েল মিডিয়াত টপ ট্ৰেণ্ডিং হেছটেগ।

মুখ্যমন্ত্ৰী হিচাপে গুজৰাটৰ জনতাক ১৩ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পাছত আৰু এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ৭ বছৰে সেৱা আগবঢ়াই থকা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰখনৰ প্ৰগতিৰ অৰ্থে ৰাজহুৱা জীৱনৰ ২০ বছৰক উৎসর্গা কৰিছিল।

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ ২০ বছৰ পূৰ্তিত, জনসাধাৰণে তেখেতক অভিনন্দন জনাইছে আৰু তেখেতৰ নিঃস্বাৰ্থ সেৱা আৰু নিষ্ঠাৰ শলাগ লৈছে।

প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকলৰ টুইটসমূহঃ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

BJP President JP Nadda tweeted:

 

 

Chief Ministers of various states greeted PM Modi :

 

 

 

 

 

 

Tweets by other citizens:

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  • Jitender Kumar MP Haryana May 15, 2024

    🙏🇮🇳
  • Jitender Kumar MP Haryana May 15, 2024

    I need my ticket with your signature because I believe law is not favoring me
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad August 21, 2022

    🙏🏻🙏🏻🚩🚩🚩🚩🙏🏻🙏🏻
  • Laxman singh Rana July 05, 2022

    namo namo 🇮🇳🙏🚩
  • Laxman singh Rana July 05, 2022

    namo namo 🇮🇳🙏🌷
  • sathishkumar M March 28, 2022

    .
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India eyes potential to become a hub for submarine cables, global backbone

Media Coverage

India eyes potential to become a hub for submarine cables, global backbone
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2025
March 10, 2025

Appreciation for PM Modi’s Efforts in Strengthening Global Ties