‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক তেওঁলোকে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভূয়সী প্ৰশংসা কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“আমাৰ বিজ্ঞানী আৰু প্ৰযুক্তিৰ অন্বেষণত কালাতিবাহিত কৰা প্ৰতিগৰাকী ব্যক্তিৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাপূৰ্ণ প্ৰচেষ্টাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযক্তিগত সামৰ্থ্যক প্ৰদৰ্শিত কৰা ১৯৯৮চনৰ পোখৰাণ পৰীক্ষণৰ কথা আজি আমি গৌৰৱৰে স্মৰণ কৰিছো”।

“যিকোনো ধৰণৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিত আমাৰ বিজ্ঞানী তথা উদ্ভাৱকমণ্ডলীয়ে সদায়ে নিজৰ দক্ষতা প্ৰতিপন্ন কৰাই নহয় সকলো প্ৰত্যাহ্বানৰ সমাধানসূত্ৰও আৱিষ্কাৰ কৰি আহিছে। যোৱাটো বৰ্ষত তেওঁলোকে ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰচণ্ড উদ্যমৰে কাম কৰিছিল। মই তেওঁলোকৰ উদ্দীপনা আৰু কৰ্মোদ্যমক প্ৰশংসা কৰিছো”।

 

  • narendra shukla January 28, 2024

    भारत माता की जय
  • Jayanta Kumar Bhadra May 23, 2022

    Jay Sri Krishna
  • Jayanta Kumar Bhadra May 23, 2022

    Jay Sree Ganesh
  • Jayanta Kumar Bhadra May 23, 2022

    Jay Sree Ram
  • Laxman singh Rana May 15, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana May 15, 2022

    नमो नमो 🇮🇳
  • Bhagyanarayan May 13, 2022

    ghvv
  • Bhagyanarayan May 13, 2022

    gvvv
  • Bhagyanarayan May 13, 2022

    vvv
  • Bhagyanarayan May 13, 2022

    gffc
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How NEP facilitated a UK-India partnership

Media Coverage

How NEP facilitated a UK-India partnership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Rajasthan Chief Minister meets Prime Minister
July 29, 2025

The Chief Minister of Rajasthan, Shri Bhajanlal Sharma met the Prime Minister, Shri Narendra Modi in New Delhi today.

The PMO India handle posted on X:

“CM of Rajasthan, Shri @BhajanlalBjp met Prime Minister @narendramodi.

@RajCMO”